Your Voice, Our Strength

ছেইণ্ট-গোবেইন ভাৰতে গুৱাহাটীত তেওঁলোকৰ একচেটিয়া ‘মাইহোম’ বিপনী মুকলি কৰে

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই, ২০২২ : ছেইণ্ট-গোবেইনৰ উদ্দেশ্য হৈছে "বিশ্বক এক উন্নত ঘৰ তৈয়াৰ কৰা" ৰ ওপৰত কেন্দ্ৰীভূত পোহৰ আৰু বহনক্ষম নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতা।" ভাৰতত 1.35 বিলিয়ন লোক বাস কৰে আৰু বৰ্তমান নগৰীকৰণৰ স্তৰ 32%, আমি…

গুৱাহাটী মহানগৰীৰ ৰাজপথত পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত যান বাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে ডি টি অ…

আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত দুৰ্ঘটনাৰ সংখ্যা নূন্যতম কৰি কেনেকৈ অসমক দুৰ্ঘটনা মুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ পৰিবহণ বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছে । আনহাতে…

গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত ছুটিছবি নিৰ্মান কৰ্মশালাৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী, ৩১জুলাই, ২০২২ : গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত আৰু নৱ-সংকল্প থিয়েটাৰ আৰ্টচৰ সহযোগত অভিনয় আৰু ছবি নিৰ্মাণৰ কৌশল বিষয়ক এক কৰ্মশালা সফলতাৰে সম্পন্ন হয় । কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে…

মহাৰজত জয়ন্তীত “অসমৰ বিজ্ঞান গৱেষণাৰ ক্ৰমবিকাশ আৰু গুৱাহাটী বিশ্ববিদ্যালয়” শীৰ্ষক…

আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰযোৰা বক্তৃতানুষ্ঠানৰ…

আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰয়াত গোবিন্দ চৌধুৰীৰ সোঁৱৰণীত ‘স্মৃতি সুৰভি’ অনুষ্ঠান

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই, ২০২২ : আজি গুৱাহাটী প্ৰেছ ক্লাবত আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰয়াত গোবিন্দ চৌধুৰীৰ সোঁৱৰণীত গ্ৰন্থ উন্মোচন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানৰ…

মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত গছপুলি ৰোপণ ,…

আজিৰ খবৰ, গুৱাহাটী , ২৯ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠান চৌহদ যাতে গছ গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে…

অসম খনিজ উন্নয়ন নিগমৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণ

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : গুৱাহাটীৰ গণেশগুৰিস্থিত অসম খনিজ উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় চৌহদত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নিগমৰ…

দীপৰ বিলৰ পাৰত ৰেলৰ চেপাত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সৰীসৃপৰ মৃত্যু

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰৰ সমীপত আজি বিয়লিৰ ভাগত কোনো ৰেলৰ চেপাত বিলুপ্তপ্ৰায় সৰীসৃপ প্ৰজাতিৰ এটা মটীয়া গুঁইৰ ( Bengal Monitor Lizard ) মৃত্যু হয় । এই সন্দৰ্ভত দীপৰ বিলৰ পাৰৰ…