Your Voice, Our Strength

অসমীয়া কথাছবি অমিতাভৰ ট্ৰেইলৰ মুকলি ; ১৯ আগষ্টত হব শুভ মুক্তি

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰা গাওঁৰ উদিয়মান যুৱক , সাংস্কৃতিক কর্মী হিচাপে সুনাম থকা দিৱস দৰ্শনৰ কাহিনী , পৰিচালনা আৰু চিত্ৰনাট্যৰে আৰু অনুভূতি কলাকেন্দ্ৰৰ বেনাৰত নিৰ্মাণ কৰা হৈছে প্ৰায় ডেৰ ঘণ্টা…

Focus+ কাৰ্ড প্ৰদান মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ : ১২ জনীয়া এটাকৈ গোটে লাভ কৰিব ৬০ হাজাৰকৈ টকা…

আজিৰ খবৰ,গুৱাহাটী ,২৮ জুলাই : অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ ৰিছুবেলপাৰাত মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি আনুষ্ঠানিক ভাৱে এক আঁচনি উদ্বোধন কৰে। 'মোৰ পৰিয়াল মোৰ আয়' শীৰ্ষক আঁচনি শুভ উদ্বোধনৰ লক্ষ্যৰে ৰিছুত হেজাৰ হেজাৰ লোকৰ মাজত…

যান-বাহন আইন আৰু অনুজ্ঞাপত্ৰৰ স্বত্ত্ব ভঙ্গ কৰাৰ অপৰাধত মহানগৰীত ৩দিনত ২৩খন ছিটিবাছৰ অনুজ্ঞাপত্ৰ…

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুলাই, ২০২২ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭২/২০১৬ নম্বৰৰ গোচৰৰ আধাৰত আৰু যান-বাহন আইনৰ আওতাত অনুজ্ঞাপত্ৰৰ স্বত্তসমূহ ভঙ্গ কৰাৰ গুৰুতৰ অপৰাধত গুৱাহাটী মহানগৰীত বিগত তিনিদিনত ২৩খন ছিটিবাছৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হয় ৷ ইয়াৰ…

“বিমানকোঠত” প্ৰকৃতি সংৰক্ষণ দিৱস’ উপলক্ষ্যে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ

আজিৰ খবৰ, গুৱাহাটী,২৮ জুলাই,২০২২- বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত প্ৰকৃতি সংৰক্ষণ দিৱস উপলক্ষ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰকৃতি সুৰক্ষিত কৰাৰ মানসৰে প্ৰায় বিছ হাজাৰ বিভিন্ন প্ৰজাতিৰ, সৰু-ডাঙৰ গছৰ পুলি ৰোপণ…

সঞ্চালকৰ অৱহেলাত স্থবিৰ হৈ পৰিছে ৰাজ্যৰ সৈনিক কল্যাণ সঞ্চালকায়ৰ কাম কাজ

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুলাই, ২০২২ : কেন্দ্ৰীয় চৰকাৰৰ নীতি - নিৰ্দেশনা অনুসৰি দেশৰ স্থল , নৌ আৰু বায়ু সেনাকে ধৰি সশস্ৰ বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া - জোৱান আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ লোকৰ কল্যাণৰ বাবে প্ৰতিখন ৰাজ্যতে গঠন কৰা হৈছিল…

মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক কামৰূপ জাফা(ম)ৰ অসম আৰক্ষীক গৰিহনা

আজিৰ খবৰ, গুৱাহাটী ,২৮ জুলাই, ২০২২ : আজি কিছুদিন পূৰ্বে মৈৰাবাৰীত সংঘটিত হৈছিল নিৰ্লজ্জ-জঘন্য এক ঘটনা! ঘটনা অনুসৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত ৪ যুৱক আৰু এগৰাকী কিশোৰীয়ে বনাইছিল সভ্য সমাজক লজ্জানত কৰা পৰ্ণ ভিডিঅ’। তাৰ পিছত সেই ভিডিঅ’ ছচিয়েল…

H1 2022-ৰ সময়ত 1 মিলিয়নতকৈও অধিক ডুৱেল ইনভাৰ্টাৰ এয়াৰ কণ্ডিচনাৰ বিক্ৰী সম্পূৰ্ণ কৰা এলজি ভাৰতৰ…

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুলাই, ২০২২ : ভাৰতৰ আগশাৰীৰ উপভোক্তা স্থায়ী ব্ৰেণ্ড এলজি ইলেক্ট্ৰনিকছ জানুৱাৰী~জুন'22 সময়ছোৱাত 1 নিযুতৰো অধিক ডুৱেল ইনভাৰ্টাৰ এয়াৰ কণ্ডিচনাৰ সম্পূৰ্ণ কৰা প্ৰথম আৰু একমাত্ৰ ব্ৰেণ্ড হৈ পৰিছে। এই সাফল্যই 1* নম্বৰ বজাৰৰ…

নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে হেপাটাইটিছৰ সজাগতা সৃষ্টিৰ বাবে এক সজাগতা কাৰ্যসূচী…

আজিৰ খবৰ, গুৱাহাটী, ২৬ জুলাই, ২০২২: ভাইৰেল হেপাটাইটিছৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়, যাৰ ফলত যকৃতৰ প্ৰদাহ হয় যাৰ ফলত গুৰুতৰ ৰোগ হয় অৰ্থাৎ যকৃতৰ চিৰোচিছ আৰু যকৃতৰ কৰ্কট ৰোগ হয়।…