সমাজসেৱিকা আশা চাংমাই খনিকৰলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী
আজিৰ খবৰ, গুৱাহাটী, ১ জুন , ২০২২ : বিহু সুৰক্ষা সমিতি, অসমৰ কামৰূপ জিলা মহিলা মঞ্চৰ উপদেষ্টা, কামৰূপ মহানগৰ বিহু সুৰক্ষা সমিতিৰ বিত্তীয় সম্পাদিকা,বেলতলা চাৰ্ভেৰ অজন্তা পথ ৰ সূৰ্য এনক্লেভৰ নিবাসী আশা চাংমাই খনিকৰ। অসম বিধান সভা সচিবালয়ৰ…