Your Voice, Our Strength

১২ আৰু ১৩ জুলাইত যোৰহাটত গেলামাল, পাঁচলি আৰু ফলমূল বিক্ৰীৰ বন্ধৰ নিৰ্দেশ

আজিৰ খবৰ,১১জুলাই : যোৰহাট জিলা উপায়ুক্তই অহা ১২ আৰু ১৩ জুলাইত জিলাখনত সকলো গেলামালৰ দোকান, পাঁচলি আৰু ফলমূল বিক্ৰীৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷ জিলাখনত ক’ভিড সংক্ৰংমন ৰোধ কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই এই নিদিৰ্না জাৰি কৰিছে । এই নিৰ্দেশ সমগ্ৰ যোৰহাট জিলাতে প্ৰযোয্য হ’ব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

You might also like