Your Voice, Our Strength

ৰাষ্ট্ৰীয় কাৰাটেত তিতাবৰৰ চাৰিগৰাকী খেলুৱৈৰ সোণৰ পদক অৰ্জন।

আজিৰ খবৰ, যোৰহাট, ১৪ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় কাৰাটেত জিলিকিল তিতাবৰৰ পাঁচ গৰাকীকৈ খেলুৱৈ । চাৰিটা সোণৰ পদক আৰু এটা ৰূপৰ পদক অৰ্জনৰে পাঁচ গৰাকী খেলুৱৈয়ে অসম তথা তিতাবোৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ১০-১২ চেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা…

বিশাল তুলসী গছৰ খুটা দেখিছে নে ?

আজিৰ খবৰ, যোৰহাট, ৭ ছেপ্টেম্বৰ : এবছৰ দুবছৰ নহয় প্ৰায় ৩৫০(চাৰে তিনিশ)বছৰ পুৰণি এডাল প্ৰকাণ্ড তুলসী গছৰ খুঁটা। অসম্ভৱ যেন লগা তিতাবৰত থকা এডাল তুলসী গছৰ খুটা । তুলসী বুলি ক'লে সকলোৱে জানেই যে ইয়াৰ কিমান ঔষধি গুণ আছে । কিন্তু এই সৰু…

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৮ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৮ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”’ ------------- অৰুণাভ ----------- অষ্টম খণ্ড_________ নীলা, নদীখনৰ কাষলৈ গৈছিলো আজি সন্ধিয়া ৷ চিনাকি ঘাটটোক সাৱটি বিচাৰিছিলো সেই সুঘ্ৰাণ ৷ কাইলৈ পুৱাই কিছুদিনৰ বাবে আকৌ…

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৭ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত ০০০”

“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”                                         --  অৰুণাভ ---------- সপ্তম খণ্ড -------- নীলা, আকাশখন চুবলৈ এদিন তুমি শৈশৱৰ চিনাকি পাহাৰটোত বগাইছিলা ৷ টিৰাপ সীমান্তৰ পাহাৰটো ৷ মনোমোহা খুনছাৰ সেই পাহাৰৰ…

এদেও দুদেও লোটা নিয়া ছেও ধৰিছে নেকি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই : বিজেপিলৈ যাব নেকি…

আজিৰ খবৰ ২৩আগষ্ট : পুনৰ চৰ্চালৈ আহিছে তিতাবৰৰ কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা । আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ যোৰহাটৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা গল তিতাবৰৰ কংগ্রেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক । যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত…

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৬ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”

“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০” -  অৰুণাভ --- ষষ্ঠ খণ্ড ---- নীলা, সাৰে আছা ? মই সাৰে আছো ৷ একুৰি বসন্তৰ বিষাদে মোক সাৰে ৰাখিছে ৷ তোমাৰ বিষাদ নাই ? অৱসাদত শুই পৰিছা ? সৌ আকাশখনলৈ চাইছো খিৰিকীৰে৷ আমাৰ আকাশখন, তোমাৰ মোৰ আকাশখন…

কি হ’ব ৰান্ধনী সকলৰ ভৱিষ্যৎ? মাননি বৃদ্ধি নকৰিলে ৰাজ্যজুৰি হ’ব আন্দোলন

আজিৰ খবৰ ১৯ আগষ্ট : যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগ তথা প্ৰতিগৰাকী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত প্ৰদানৰ ব্যৱস্থা কৰিছে তেনেসময়তে ৰাজ্যৰ প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী–সহায়িকাক প্ৰতাৰণা কৰাৰ…

তিতাবৰলৈ সুখবৰ । তিতাবৰ চিকিৎস্যালয়ত ডায়েলাইছিছ ইউনিট স্থাপন

আজিৰ খবৰ,১৯ আগষ্ট : তিতাবৰবাসীৰ বাবে এক ভাল খবৰ । তিতাবৰ চিকিৎস্যালয়ত স্থাপন কৰা হৈছে অত্যাধুনিক ডায়েলাইছিছ ইউনিত । এই ডায়েলাইছিছ ইউনিত স্থাপনে তিতাবৰ ৰাইজৰ বহু দিনীয়া এটা ডাঙৰ আভাৱ পূৰণ কৰাৰ লগতে ডায়েলাইছিছ ইউনিটত কিডনীৰোগত আক্ৰান্ত হৈ থকা…

তালিবানৰ কি নিষ্ঠুৰ নিয়ম : নখত ৰং কৰিলেও কাটি পেলোৱা হয় মহিলাৰ আঙুলি ।

আজিৰ খবৰ,১৮ আগষ্ট : তালিবাণি ৰাজ্যত শ্বৰিয়া আইনৰ অধীনত মহিলাসকলৰ পৰা সকলো অধিকাৰ কাঢ়ি লোৱাৰ নিয়ম সৃষ্টি কৰিছে তালিবানে । তালিবানৰ নিয়ম শুনিলে আপুনিও আচৰিত হ'ব ।নিষ্ঠুৰ নিয়মৰ ভিতৰত আছে-- কোনো মহিলাই নিকট আত্মীয় অবিহনে ৰাস্তালৈ যাব…

সলনি হ’ব নেকি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম ! কি ক’লে…

আজিৰ খবৰ,১৮আগষ্ট :: সলনি হ'ব নেকি গুৱাহাটীৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম । যাক লৈ সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  বিভিন্ন…