
লাভলীনাৰ অলিম্পিক জয় ,জাৰ্মানী প্ৰতিদ্বন্দীক ৩-২পইন্টত পৰাস্ত
আজিৰ খবৰ, টকিঅ’, ২৭ জুলাই: ৬৯ কিলোগ্ৰাম ৱেলতাৰ ৱেতত লাভলীনা বৰগোহাঁই ৰ জয় । কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ । জাৰ্মানী খেলুৱৈক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই ।
Onwards! 🥊🔥
Power packed punching from Lovlina Borgohain lands her a last eight slot as she wins 3-2 against Nadine Apetz of #GER in the women's 69kg welterweight category! 👏 #IND #Tokyo2020 | #StrongerTogether | #UnitedByEmotion | @LovlinaBorgohai pic.twitter.com/Y9rserNmyR
— #Tokyo2020 for India (@Tokyo2020hi) July 27, 2021

৩০ জুলাইত অনুষ্ঠিত হ’ব কোৱাটাৰ ফাইনেল । জাৰ্মানীৰ বক্সাৰ নাডিন আপেজক পৰাস্ত কৰি ৩-২ পইন্টত জয়লাভ কৰে সৰুপথাৰৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে । ৩০জুলাইত অনুষ্ঠিত হ’বলগীয়া কোৱাটাৰ ফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দী হ’ব চাইনীজ টাইপেৰ এন চেইনৰ সৈতে । ইতিমধ্যে লাভলীনাৰ প্ৰথম জয়ক লৈ অসমবাসী উল্লাসিত হোৱা দেখা গৈছে ।