
নগাঁও জিলাৰ দগাঁৱৰ শ্ৰী শ্ৰীবালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ ইহলীলা সম্বৰণ।
নগাঁও জিলাৰ দগাঁৱৰ শ্ৰী শ্ৰীবালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ ইহলীলা সম্বৰণ।
🔹সোমবাৰে নিশা শ্ৰী শ্ৰী বালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীয়ে ইহ সংসাৰৰ পৰা বিদায় লয় ।

🔹কালি সন্ধিয়া ৭. ৪৫ বজাত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকী স্বৰ্গগামী হয় ৷
🔹মৃত্যুৰ সময়ত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকীৰ বয়স হৈছিল ১০৩ বছৰ।
🔹প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।
🔹প্ৰাক্তন সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত নগাঁও জিলাৰ জুৰীয়া আৰু দগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷