Your Voice, Our Strength

সাবধান! আপুনি অম্বুবাচী মেলাত আছে নেকি! :: অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস

মহিলাৰ ডিঙিৰ পৰা কাটাৰেৰে কাটি নিছে চেইন :: আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ গেঙক কৰায়ত্ত।৫গৰাকী মহিলা আৰু এজন বাবাক আটক।

 

🌀ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন।

 

P&C

🌀কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।

 

🌀আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

 

🌀এগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।চুৰি হৈছে মানীবেগ, টকাও।

You might also like