সমগ্ৰ অসমৰ লগতে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগতো কাতি বিহু উৎযাপন
আজিৰ খবৰ, নলবাৰী, ১৮ অক্টোবৰ, ২০২৫: আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু উপলক্ষে নলবাৰী জিলা কৃষি বিভাগৰ সৌজন্যত মৰোৱা, টিহু, মুকালমুৱাতো কাতি বিহু উদযাপন কৰা হয়। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষি বিভাগৰ দ্বাৰা কৃষক সকলৰ কল্যাণ অৰ্থে লোৱা…