Your Voice, Our Strength

আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক । প্ৰকৃততে কিনো এই আইবিএছ ?…

সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য ইয়াৰ অন্যতম লক্ষণ আৰু এই অৱস্থাবোৰে দৈনন্দিন জীৱনত বৃহৎ প্ৰভাৱ…

দিল্লী বিশ্ববিদ্যালয়ত ড০ দিব্যজ্যোতি শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ৰতন শ্ৰী বঁটা২০২৫ প্ৰদান*

নিউজ ডেস্ক, •নতুন দিল্লী,৮ মাৰ্চ : বিশ্ব নাৰী দিৱসৰ উপলক্ষে আজি দিল্লী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান আৰু ডক্টৰেট ডিগ্ৰী প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ত আয়োজন কৰা এই…

ড০ দিব্যজ্যোতি শইকীয়ালৈ শৌৰ্য সন্মান আৰু আন্তৰাষ্ট্ৰীয় মানৱতা বঁটা

নিউজ ডেক্স,৩ মাৰ্চ: নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত পহিলা মাৰ্চৰ বিয়লি অসমৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক দেশ আৰু সমাজৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে…

এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব টাটা পাৱাৰৰ চিইঅ’ তথা এমডি ড° প্ৰবীৰ সিনহাই

দেশৰ শক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা পাৱাৰে ২৫–২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভাণ্টেজ অসম ২.০ত চিইঅ’ তথা এমডি ড০ প্ৰবীৰ সিনহাই অংশগ্ৰহণ কৰাৰ কথা সদৰি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে। বহনক্ষমতা আৰু উদ্ভাৱনৰ প্ৰতি থকা টাটা…

এনইএইচএইচডিচিত অলংকাৰ আৰু হস্তশিল্প আজীৱিকা ব্যৱসায় ইনকিউবেটৰ কেন্দ্ৰৰ উদ্বোধন

নিউজ ডেস্ক, গুৱাহাটী, ২৯ জানুৱাৰী ২০২৫ঃ উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে (এনইএইচএইচডিচি) আজি বামুণীমৈদামত থকা প্ৰাংগনত অলংকাৰ আৰু হস্তশিল্প আজীৱিকা ব্যৱসায় ইনকিউবেটৰ (এলবিআই) মুকলি কৰে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ…

এনইএছএফবি আৰু শ্লাইচৰ একত্ৰতা: বৃদ্ধিৰ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ এক নতুন যুগ

নিউজ ডেস্ক গুৱাহাটী: নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক (এনইএছএফবি) আৰু শ্লাইচ ফিনটেক ইউনিকৰ্ণৰ কৌশলগত একত্ৰতাই বেংকটোক এক পৰিৱর্তনশীল পৰ্যায়লৈ লৈ গৈছে। এই ঐতিহাসিক একত্ৰতাক এক গেম-চেঞ্জাৰ হিচাপে গণ্য কৰা হৈছে, যিয়ে এনইএছএফবি-ক…

লখিমপুৰত প্ৰাক্তন সতীৰ্থ সন্মিলনৰ নামত ময়মতালিৰ অভিযোগ

নিউজ ডেস্ক গুৱাহাটী ,১৮ জানুৱাৰী : লখিমপুৰৰ ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন ।১৯৬১ চনত লখিমপুৰ জিলাৰ বৰ্তমানৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত প্ৰতিষ্ঠিত উক্ত…