Your Voice, Our Strength

এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ উদযাপন

আজিৰ খবৰ,৩১ অক্টোবৰ 2022: নুমলীগড় ৰিফাইনেৰী লিমিটেডত (এন আৰ এল) কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি " উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত " শীর্ষক বিষয়বস্তুৰে সতৰ্কতা সজাগতা ২০২২ সপ্তাহ পালন কৰা হয় । এন আৰ এলৰ পৰিচালন সঞ্চালক…

এ পি এছ চি ত ৫৮ সংখ্যক স্থান লাভ মানবেন্দ্ৰ দাসৰ

আজিৰ খবৰ,গুৱাহাটী,২৬ অক্টোবৰ : সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত (এ পি এছ) ৫৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে মেধাবী ছাত্ৰ মানবেন্দ্ৰ দাসে। গুৱাহাটীৰ নুনমাটিৰ ২ নং মঠঘৰীয়াৰ শিৱ নগৰ নিবাসী মানবেন্দ্ৰ দাসে বি এছ চি উত্তীৰ্ণ হোৱাৰ…

সাম্প্ৰদায়িক একতাৰ দ্বাৰাহে শান্তি সম্ভৱ, কুটিল সাম্প্ৰদায়িক ৰাজনীতিক অৱসান ঘটাব লাগিব: ডঃ…

আজিৰ খবৰ,গুৱাহাটী: ২৪ অক্টোবৰ; ২৩অক্টোবৰৰ সন্ধ্যা দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জী চমুকৈ আই আই টিৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে "ঐক্যম"নামৰ এক…

শ্ৰীহাৰিকোটাৰ পৰা ISRO/ NSIL ৰ দ্বাৰা 36 টা ৱানৱেবৰ (OneWeb) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

আজিৰ খবৰ, গুৱাহাটী, ২৩ অক্টোবৰ, ২০২২ – ভাৰতৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC- SHAR) পৰা নিউস্পেচ ইণ্ডিয়া লিমিটেডে এনএছআইএল (NSIL) উৎক্ষেপণ কৰা ৩৬টা উপগ্ৰহ সফলভাৱে নিয়োগ কৰাৰ কথা আজি ৱানৱেবে (OneWeb) ঘোষণা কৰিছে। ইছৰ’(isro)…

অন্নপূৰ্ণা গ্ৰুপেৰ ভিজন ২০২৫ ; ৪ টা নতুন কাৰখানা মুকলি ; সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব ৩০০ কোটি…

আজিৰ খবৰ,গুৱাহাটী, ২১ অক্টোবৰ, ২০২২: উত্তৰ-পূব ভাৰতৰ বজাৰত সমাদৰ লাভ কৰা গুৱাহাটীস্থিত এফএমচিজি প্ৰমুখ অন্নপূৰ্ণা গ্ৰুপে পশ্চিম বংগত তেওঁলোকৰ গুৰুত্বপূৰ্ণ উপস্থিতি টনকিয়াল কৰিবলৈ চেষ্টা চলাই থকাৰ লগতে পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ আৰু…