Your Voice, Our Strength

আচগা – তেপানাইয়া কৃষি কোম্পানীয়ে যুটীয়াভাৱে মুকলি কৰে অগৰ উদ্ভিদৰ বহুমুখী…

আজিৰ খবৰ,,১১নৱেম্বৰ,২০২২: অগৰ ( সাঁচি) উদ্ভিদৰ অন্যতম অনুষ্ঠান সদৌ সাঁচি খেতিয়ক সংস্থা অসম চমুকৈ আচগা আৰু তেপানাইয়া কৃষি কৃষক ফেড উৎপাদক কোম্পানীৰ সৈতে যুটীয়াভাৱে বহুমুখী কৃত্ৰিম অগৰউড টিকাকৰণ প্ৰকল্প মুকলি কৰে। আগৰতলাত অনুষ্ঠিত আগৰ…

চানফিষ্ট কাপ ২০২২ৰ ভাৰতত ফুটবল প্ৰতিভা বৃদ্ধি :: বাইচুং ভূটিয়াই ফাইনেলত অংশগ্ৰহণ কৰে আৰু সন্মানীয়…

আজিৰ খবৰ, গুৱাহাটী, ১১ নৱেম্বৰ, ২০২২: ২০২২ চনৰ ২৬ ছেপ্টেম্বৰত আৰম্ভ হোৱা চানফিষ্ট কাপ ফুটবল টুৰ্ণামেণ্ট ২০২২ৰ ৬ষ্ঠ সংস্কৰণটো ২৭০০ ৰো অধিক খেলুৱৈয়ে ফুটবলৰ প্ৰতি তেওঁলোকৰ দক্ষতা আৰু আবেগ প্ৰদৰ্শন কৰি সফলতাৰে সমাপ্ত কৰে। ২০১৫ চনত ইয়াৰ…

জবটেক ইনষ্টিটিউট মাচাৰ ৰেইজচিৰিজ বি, পে-আফটাৰ-প্লেচমেণ্টৰ দক্ষতা পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ

আজিৰ খবৰ, গুৱাহাটী, ৯ নৱেম্বৰ , ২০২২: ভাৰতৰ দ্ৰুততম বিকাশশীল জবটেক প্ৰতিষ্ঠান, মাচাই স্কুলে তেওঁলোকৰ শেহতীয়া পুঁজি সংগ্ৰহৰ কথা ঘোষণা কৰিছে, য'ত কোম্পানীটোৱে অলটেৰিয়া কেপিটেল যোগ দিয়াৰ সৈতে ইণ্ডিয়া কোটিয়েণ্ট আৰু ইউনিট ইউএছ ভেঞ্চাৰকে ধৰি…

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

আজিৰ খবৰ, গুৱাহাটী, ৯ নৱেম্বৰঃ অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাতোঁৰিবলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাতোঁৰবিদজনে ইংলিচ চেনেল সাতোঁৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দুৰত্বৰ বাবে…

এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ ২০২২ সফল সামৰণি

আজিৰ খবৰ,৭ নৱেম্বৰ, 2022: এন আৰ এলত এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত " শীর্ষক ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰ ২০২২ লৈ আয়োজিত সতৰ্কতা সজাগতা ২০২২ সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী পালনৰ অন্তত আজি ৭ নৱেম্বৰত ইয়াৰ সফল সামৰণি পৰে । নুমলীগড়স্থিত…