Your Voice, Our Strength

দীপান্বিতাৰ বতৰত সূৰ্য্য চিমেন্টে অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ সমাজৰ কল্যাণৰ অৰ্থে আনিছে আনন্দৰ…

আজিৰ খবৰ ,গুৱাহাটী ২০ অক্টোবৰ ২০২২ : সূৰ্য্য চিমেন্ট লিমিটেড,উত্তৰ পূৰ্বাঞ্চলত গৃহনির্মাণৰ কেঁচামাল যোগানৰ অগ্ৰনি উদ্যোগটোৱে পোহৰৰ উৎসৱ দীপান্বিতা ২০২২ উপলক্ষে সমাজৰ পিছপৰা শ্ৰেণীৰ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। যি…

মাৰ্কেট লিডাৰ্ছ” হিচাপে এইচডিএফচি বেংকক বিবেচিত ইউৰোমনি আলোচনীৰ

আজিৰ খবৰ,গুৱাহাটী, ১৯ অক্টোবৰ, ২০২২: এইচ ডি এফ চি বেংকক “মাৰ্কেট লিডাৰ্ছ” ৰেংকিঙত ভাৰতত ডাইভাৰচিটি এণ্ড ইনক্লুচন ইন ইণ্ডিয়াত মাৰ্কেট লিডাৰ হিচাপে বিবেচিত হৈছে। ইউৰোমানি মাৰ্কেট লিডাৰ্ছ হৈছে এই বছৰ প্ৰৱৰ্তন কৰা এটা নতুন স্বীকৃতি, বিশ্বৰ ১২৪…

জুবিন গাৰ্গ – অভিনেত্ৰী নিশিতা গোস্বামীয়ে গুৱাহাটীত শুভাৰম্ভ কৰে উত্তৰ-পূৱৰ প্ৰথমখন…

আজিৰ খবৰ,গুৱাহাটী, ১৬ অক্টোবৰ: মহানগৰীত থকা বাসিন্দা সকলৰ বাবে ভাল খৱৰ । বিশেষকৈ ঘৰৰ কম পৰিসৰ থকা পৰিয়াললৈ স্পেছ মেক্স আৰু গুৱাহাটীৰ ডিজাইন চেন্সে লৈ আহিছে ভাল খবৰ । প্ৰথমবাৰলৈ উত্তৰ পূবত প্ৰৱেশ ঘটিল স্মাৰ্ট ফাৰ্নিচাৰ প্ৰতিষ্ঠান স্পেছ…

ৰাজগড় লিংক ৰ’ডত কেফে ৰুবিক্‌ছ মুকলি কৰিলে গৰিমা শইকীয়া গাৰ্গে..

আজিৰ খবৰ,গুৱাহাটী,১৭ অক্টোবৰ ২০২২; অসমৰ এগৰাকী উদ্যোগী মহিলা তথা ফেশ্বন বিশেষজ্ঞ,লেখিকা ৰুবী বৰদলৈৰ তত্ত্বাৱধানত ৰাজগড় লিংক ৰ’ডত গঢ়ি উঠা খাদ্য বিপণী "কেফে ৰুবিক্‌ছ" আজি ৰাইজৰ বাবে অানুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰিমা এছ…

ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱচামৰ বাবে ডিজিটেল চালিত শিক্ষণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে অসম চৰকাৰেৰে…

আজিৰ খবৰ,গুৱাহাটী, ১৭ অক্টোবৰ, ২০২২: ৰাজ্যত ডিজিটেল বিকাশ আৰু উন্নয়নৰ প্ৰসাৰৰ অসম চৰকাৰৰ মিছনক সমৰ্থন আৰু ত্বৰান্বিত কৰিবলৈ গুগলে আজি এক বুজাবুজিৰ চুক্তিত(MoU) স্বাক্ষৰ কৰে। এই নতুন পদক্ষেপৰ অধীনত গুগলে অসম চৰকাৰৰ দক্ষতা, নিয়োগ, আৰু…