Your Voice, Our Strength

এইচডিএফচি বেংকে জাৰি কৰে ভাৰতৰ প্ৰথম ইলেক্ট্ৰনিক বেংক গেৰাণ্টি :: ই-বেংক গেৰাণ্টি বিকশিত কৰিবলৈ…

আজিৰ খবৰ, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২২: ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে ৪ ছেপ্টেম্বৰ, ২০২২ত নেচনেল ই-গভৰ্ণেন্স চাৰ্ভিচেছ লিমিটেডৰ (NeSL) সৈতে অংশীদাৰীত্বৰে ইলেক্ট্ৰনিক বেংক গেৰাণ্টি (e-BG) জাৰী কৰা দেশৰ প্ৰথম…

পূব ভাৰতক দেশৰ উৰ্বৰক চাহিদা বৃদ্ধিৰ মূল শক্তি হিচাপে বুলি অভিহিত কৰিব বিচাৰে মেটিক্সৰ অধ্যক্ষ…

আজিৰ খবৰ, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ ২০২২: ভাৰতৰ দ্ৰুততম বিকাশশীল শস্য উৰ্বৰক প্ৰদানকাৰীসকলৰ ভিতৰত অন্যতম, মেটিক্স ফাৰ্টিলাইজাৰ এণ্ড কেমিকেলছ লিমিটেডৰ অধ্যক্ষ নিশান্ত কানোদিয়াই আজি কয় যে অনাগত সময়ত ভাৰতৰ পূব অঞ্চলটো দেশৰ সাৰৰ চাহিদা বিকাশৰ…

ড্ৰাগছৰ ভয়াবহতাৰ সন্দৰ্ভত সমাজত সজাগতা সৃষ্টিৰ প্ৰয়াস বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা…

আজিৰ খবৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২২ : বৰ্তমান যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি যঠেষ্ট পৰিমাণে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই মাৰাত্মক সমাজিক ব্যাধি ৰোধৰ ক্ষেত্ৰত বিভিন্ন সামাজিক তথা আইনগত…

১৪ অক্টোবৰত মুক্তি পাব ক্রেয়ন ফ্ৰী প্ৰডাকছনৰ পৰৱৰ্তী চিনেমা ঘোষ্ট অৱ মাইখুলি

আজিৰ খবৰ, গুৱাহাটী, ১৫ ছেপ্তেম্বৰ, ২০২২ : ১৪ অক্টোবৰত ক্রেয়ন ফ্ৰী প্ৰডাকছনৰ গীতা পাঠকৰ প্ৰযোজনা আৰু পংকজ চোৰাম পৰিচালিত চিনেমা ঘোষ্ট অৱ মাইখুলি মুক্তি দিয়া হ'ব। সেই উপলক্ষে আজি গুৱাহাটীৰ মেট্রিক্স চিনেমাত চিনেমাখনৰ সকলো কলা কুশলীৰ…

FINER ৰ উদ্যোগত অন্তৰংগ আলাপৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ,২০২২: ফেডাৰেচন অৱ ইন্ডাষ্ট্রি এণ্ড কমাৰ্চ অৱ নৰ্থ ইস্টার্ন ৰিজ'ন (FINER) উদ্যোগত শেহতীয়াকৈ হোটেল পেলাচিঅ, গুৱাহাটীত, শ্ৰী ৰাকেশ আগৰৱালা (IAS), কৰ আয়ুক্ত , অসম চৰকাৰ, উপস্থিতিত ফাইনাৰৰ লগত এক অন্তৰংগ আলাপৰ…

কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ শিক্ষাৰ্থীৰ নেপালৰ ৮ম প্ৰেচিডেণ্ট কাপ ২০২২ত সোণৰ পদক লাভ

আজিৰ খবৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২২: কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে বিদ্যালয়খনৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী, দীপজ্যোতি ডেকাই সোমবাৰ, ৫ ছেপ্টেম্বৰ, ২০২২ তাৰিখে নেপালত অনুষ্ঠিত ইণ্ডো-নেপাল কাৰাটে চেম্পিয়নশ্বিপ-২০২২ত সোণৰ পদক…