Your Voice, Our Strength

এইচ.ডি.এফ.চি. বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ…

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট, ২০২২ঃ এইচডিএফচি বেংকে আজি ঘোষণা কৰে যে বেঙ্কে 'ভিজিল আণ্টি' নামৰ এক নতুন অভিযান আৰম্ভ কৰি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিব, যিয়ে সমগ্ৰ দেশৰ লোকসকলক সুৰক্ষিত বেংকিং অভ্যাস পালন কৰিবলৈ উৎসাহিত কৰিব। ই বেংকৰ…

কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন

আজিৰ খবৰ, গুৱাহাটী , ১৬ আগষ্ট, ২০২২ : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চল , অনুষ্ঠান - প্ৰতিষ্ঠান , ৰাজহুৱা স্থানত ১৫ আগষ্টত বিভিন্ন কাৰ্যসূচীৰে উলহ - মালহৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস…

শতবর্ষ গৰকা পশ্চিম গুৱাহাটীৰ অগপ কর্মী দুখুৰাম কছাৰীৰ মৃত্যু

আজিৰ খবৰ, গুৱাহাটী , ১৬ আগষ্ট, ২০২২ : পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ কাষৰীয়া ৰাজাপানীচান্দাঁ গাওঁ নিবাসী , বয়োজ্যেষ্ঠ নাগৰিক দুখুৰাম কছাৰীৰ বাৰ্ধক্যজনিত কাৰণত ১৫ আগষ্টত নিজ গৃহত মৃত্য হয় । কিছুদিন পূৰ্বে ১০০ বছৰ অতিক্ৰম কৰা দুখুৰাম কছাৰী অসম…

বিশিষ্ট সমাজকৰ্মী জীবন চুতীয়ালৈ আদৰ্শ জননী আৰু অমৃত প্ৰবাহ কাকতৰ বিশেষ সন্মান – ২০২২ বঁটা

আজিৰ খবৰ ,গুৱাহাটী, ১৬ আগষ্ট, ২০২২ : আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত ৰাজ্যখনৰ এগৰাকী বিশিষ্টা নাৰীক আদৰ্শ জননী ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। তদুপৰি…

অমৃতমহোৎসৱৰ শুভ ক্ষণত উৎকৃষ্ট নাগৰিক সেৱা সন্মান বঁটা প্ৰদান ড০ দিব্যজ্যোতি শইকীয়াক

আজিৰ খবৰ, নতুন দিল্লী,১৫আগষ্ট, ২০২২ : দেশৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ লগতে আন্তৰ্জাতিক অগ্ৰণী সংস্থা সংগঠনে দেশ তথা সমাজৰ ভিন্ন ক্ষেত্ৰৰ সফল তথা বিশিষ্ট ব্যক্তিক আজি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। আন্তৰ্জাতিক মানৱধিকাৰ সংস্থা "গ্লোবেল…

গুৱাহাটীত মেলোৰাৰ প্ৰথমটো আধুনিক অভিজ্ঞতা কেন্দ্ৰ মুকলি

আজিৰ খবৰ, গুৱাহাটী, ১৪ আগষ্ট, ২০২২ : ভাৰতৰ দ্ৰুততম বিকাশশীল ডি২চি ব্ৰেণ্ডবোৰৰ ভিতৰত অন্যতম মেলোৰাই আজি গুৱাহাটীৰ চিটি চেণ্টাৰ মলত ইয়াৰ প্ৰথমটো অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰে। বিপনীখনে মহিলাসকলৰ বাবে একবিংশ শতিকাৰ পাতল, নিখুঁত,…