এইচ.ডি.এফ.চি. বেঙ্কে এমিটি গ্লোবেল বিজনেছ স্কুলৰ সৈতে ৰাইজিং বেংকাৰ কাৰ্যসূচী আৰম্ভ কৰিছে
আজিৰ আজিৰ, গুৱাহাটী, ১৩ আগষ্ট, ২০২২: ভাৰতৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান এমিটি গ্লোবেল বিজনেছ স্কুলৰ (এজিবিএছ) সহযোগত ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে উচ্চাকাংক্ষী বেংকাৰসকলৰ বাবে 'ৰাইজিং বেংকাৰ' নামেৰে জনাজাত ৮ মাহৰ…