Your Voice, Our Strength

প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সৈতে ফটোত দেখা ছোৱালীজনী আপুনি চিনি পাইছে নে

⭕আপুনি জানেনে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দেৱেই একমাত্ৰ ব্যক্তি যি দেউতাকৰ লগত একেলগে সহপাঠি হিচাপে পঢ়িছিল? আচলতে কথাটো এনেকুৱা যে যেতিয়া বাজপেয়ী দেৱে কাণপুৰৰ DAV college ত আইন পঢ়িবৰ বাবে নামভৰ্তি…

ডঃ দিব্যজ্যোতি শইকীয়ালৈ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিশেষ সন্মান

আজিৰ খবৰ, গুৱাহাটী, ২২ আগষ্ট, ২০২২ : শুকুৰবাৰে বিশ্ব মানৱতা দিৱস উপলক্ষে ৰাজস্থানৰ মাউন্ট আবূত অৱস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাই গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত শুকুৰবাৰে নিশা…

শ্বিলঙৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাব তিথি উদযাপনৰ…

আজিৰ খবৰ, গুৱাহাটী , ২২ আগষ্ট, ২০২২ : অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ অন্যতম কেন্দ্ৰস্বৰূপ শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ - কৰ্মৰাজিৰ…

চুবুৰীয়া মেঘালয়ৰ নংপোৰ মাৰাংগাৰত চলি আছে এমহীয়া ভাদ মাহৰ নাম : উলহ – মালহৰে উদযাপন জন্মাষ্টমী…

আজিৰ খবৰ, গুৱাহাটী , ২২ আগষ্ট, ২০২২ : অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসম আৰু অসমীয়াৰ পৰিচয় সদায় আধৰুৱা হৈ ৰব । তাহানিতে এই মন্তব্য কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি বহু…

আজি কিমান সময়ৰ পৰা জন্মাষ্টমী আৰম্ভ হ’ব আৰু কিমান সময়ত অন্ত পৰিব

শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ১ ভাদ ১৮ আগষ্ট বৃহস্পতিবাৰে ৰাতি ৯/২০/৪৩ সময়ত তিথি আৰম্ভ আৰু অন্ত হ'ব ২ ভাদ ১৯ আগষ্ট শুক্ৰবাৰে ৰাতি ১০/৫৯/৩ সময়ত । ১৮ আগষ্ট ৰাতি ১১/৩৫/২৬ সময়ত ৰোহিনী (৪) নক্ষত্ৰ আৰম্ভ হৈ ১৯ আগষ্ট ৰাতি ১/৫৩/৯ সময়ত অন্ত হ'ব ।…

ৰীলড্ৰামাত অসমীয়া ৱেব ছিৰিজ ‘এল’ মুকলি

আজিৰ খবৰ, গুৱাহাটী, ১৭ আগষ্ট, ২০২২: অসমৰ আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাই পাৰভেজ আহমেদৰ পৰিচালনাত নতুন ৱেব ছিৰিজ ‘এল’ মুকলি কৰাৰ কথা ঘোষণা কৰে। ১৭ আগষ্ট তাৰিখে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি পৰিচালক পাৰভেজ আহমেদে ৱেব…