Your Voice, Our Strength

কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰথ আই.চি.এ.আৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই.চি.এ.আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সৱল…

পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক -…

অসমৰ বিএভিপিৰ স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ১০ মহীয়া শিশুৰ জীৱন ৰক্ষাকাৰী…

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : অসমৰ বিএভিপিৰ স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ চিকিৎসকসকলে অতি কম খৰচত তাৎক্ষণিক চিকিৎসা প্ৰদান কৰি গুৰুতৰ নিউমোনিয়াত ভুগি থকা ১০ মহীয়া শিশু অনামিকা ৰবিদাসৰ জীৱন ৰক্ষা কৰিছে। এজন…

যোৰহাটত চাণক্য আই এ এছ একাডেমীৰ কেন্দ্ৰ মুকলি

আজিৰ খবৰ, যোৰহাট, ১৭ জুলাই, ২০২২ : অসমত চাণক্য আইএএছ একাডেমীৰ দ্বিতীয়টো শাখা ১৬ জুলাই তাৰিখে যোৰহাট প্ৰেছ ক্লাবত মুকলি কৰা হৈছে। এই উপলক্ষে তেওঁলোকে চাণক্য আই এ এছ একাডেমীত অসামৰিক সেৱা পৰীক্ষাৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালাও অনুষ্ঠিত কৰে।…

এয়াৰটেলে BOSCH ত স্থাপন কৰিলে ভাৰতৰ প্ৰথম প্ৰাইভেট ৫জি নেটৱৰ্ক

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই,২০২২: ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ আজি বাংগালুৰুস্থিত বছ (BOSCH) অটোমোটিভ ইলেক্ট্ৰনিকছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (আৰবিএআই)-ৰ সুবিধাৰ্থে তেওঁলোকৰ চৌহদত প্ৰথম ৫জি প্ৰাইভেট…

সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট…

আজিৰ খবৰ, গুৱাহাটী, ১৪ জুলাই, ২০২২ : সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট সমাৰোহটো‌ যোৱা ১১,১২, আৰু ১৩ জুলাইত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয়…