অসমত ১৩১ তম ডুৰাণ্ড কাপ ট্ৰফী উন্মোচন
আজিৰ খবৰ, গুৱাহাটী, জুলাই ২১, ২০২২: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মহানগৰৰ এখন হোটেলত অনুষ্ঠিত এক জাকজমকতাপূৰ্ণ অনুষ্ঠানত তিনিটা ডুৰাণ্ড কাপ ট্ৰফী উন্মোচন কৰে। উল্লেখযোগ্য যে, ১৩৪ বছৰ পুৰণি ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল…