দীপৰ বিলত ৫০ হেজাৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাঁচপাৰা সমবায় সমিতিয়ে
আজিৰ খবৰ, গুৱাহাটী ,১৪ জুলাই, ২০২২ : গুৱাহাটী মহানগৰীৰ বৰ্জিত লেতেৰা পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে । তদুপৰি গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ পিছৰে পৰাই বিলখনৰ মাছ-কাছকে ধৰি…