গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা
আজিৰ খবৰ, গুৱাহাটী, ১৫ জুন, ২০২২ : গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত, সকলো জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে৷…