শিক্ষকসকলে মৰ্যাদা বান্ধি ল’লেহে সন্মান পাব : শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব?
🟦হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ অতি নিম্নমানৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক অসম মাধ্যমিক…