Your Voice, Our Strength

“সুৰ সংগম”ৰ দুই শিক্ষাৰ্থীলৈ ‘ফিউচাৰ ফে’চ’ বঁটা

আজিৰ খবৰ, গুৱাহাটী, ২৪ মে, ২০২২ : ধ্ৰুপদী নৃত্য আৰু সংগীতৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান "সুৰ সংগম"ৰ দুই শিক্ষাৰ্থী বি পাল্কী আৰু সুকন্যা বৰালৈ আগবঢ়োৱা হৈছে আই আই ডি এফ 'ফিউচাৰ ফে'চ' বঁটা। বি পাল্কীয়ে ২০২২ বৰ্ষৰ বাবে আৰু সুকন্যা বৰাই ২০১৯…

যান-বাহনৰ কৰ অনাদায়কাৰীলৈ ডিমাণ্ড নটিছ পৰিবহণ বিভাগৰ

আজিৰ খবৰ ,গুৱাহাটী: ২৩ মেঃ যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক দুৰ্গা গগৈকে ধৰি অণু দেউৰী আৰু দীপাঙ্কৰ শৰ্মাৰ দল আজি…

এইচডিএফচি বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড…

আজিৰ খবৰ, গুৱাহাটী, ২৩ মে’, ২০২২: এইচডিএফচি বেংক আৰু ভাৰতৰ সৰ্ববৃহৎ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ই আজি নতুন ৰেঞ্জৰ কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলিৰ কথা ঘোষণা কৰে। এই বিটুবি ক্ৰেডিট কাৰ্ডসমূহ মূলতঃ ব্যৱসায়ী খণ্ডটোৰ কেমিষ্ট আৰু…

আমিনগাৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ শিলৰ খহনীয়া

আজিৰ খবৰ ২১ মে ৰাজ্যত কিছুদিন ধৰি ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বিভিন্ন ঠাইত হৈছে ভূমিস্খলন । আজিও আমিনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চিলা বনাঞ্চলৰ পাহাৰৰ শিল বাগৰি পৰাৰ ফলত যানবাহন চলাচল কিছু পৰিমাণে বাধাপ্ৰাপ্ত হয়। ধাৰাবাহিক ভাৱে হোৱা বৰষুণৰ…

ফিনোলেক্স কেবলে কাৰ্তিক আৰয়ন আৰু কিয়াৰা আদৱানীক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে

আজিৰ খবৰ, পুনে, ২১ মে , ২০২২ : ভাৰতৰ বৈদ্যুতিক আৰু দূৰসংযোগ কেবলনিৰ্মাতা ফিনোলেক্স কেবলছ লিমিটেডে বলীউডৰ চুপাৰষ্টাৰ কাৰ্তিক আৰয়ন আৰু বলীউডৰ চেঞ্চেচন কিয়াৰা আদৱানীক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে আৰু নতুন 360 ডিগ্ৰী প্ৰচাৰৰ…

বক্স অফিচত সফলতাৰ পিছত, ‘লোকেল উৎপাত’ দেশৰ বিভিন্ন মহানগৰ, আৰু ছবিগৃহ নোহোৱা ঠাইত…

আজিৰ খবৰ, গুৱাহাটী, ২১ মে’, ২০২২: শেহতীয়া কমেডী ‘লোকেল উৎপাত’ৰ প্ৰশংসনীয় পৰ্যালোচনাত উচ্ছ্বসিত হৈ দলটোৱে এতিয়া ছবিখন এনে ঠাইসমূহলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে য'ত কোনো ছবিগৃহ নাই। লগতে তেওঁলোকে ছবিখনক অসমৰ বাহিৰতো মুক্তি দিয়াৰ পৰিকল্পনা…