মহানগৰীৰ বৃদ্ধাবাস আৰু শিশু গৃহত টপচেম চিমেন্টৰ বহাগ বিহু উদযাপন
আজিৰ খবৰ,গুৱাহাটী, ৭ এপ্ৰিল, ২০২৩:- বিহু অসমৰ প্ৰধান উৎসৱ। এই উৎসৱক অসমবাসীয়ে অতি উৎসাহ, ৰীতি নীতি আৰু উদ্যমেৰে পালন কৰে। বিহুত পৰিয়ালৰ লোক একত্ৰিত হৈ পৰম্পৰাগত সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ লগতে আশা আৰু সমৃদ্ধিৰ আদান প্ৰদান কৰে।
৭…