কাইলৈৰ পৰা গুৱাহাটীত উত্তৰ পূৱ লোক মহোৎসৱ ২০২৩”:
আজিৰ খবৰ, ২৩ মাৰ্চঃ উত্তৰ পূব লোকসংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰ কৰাৰ লক্ষ্যৰে অহা ২৪ মাৰ্চ ২০২৩ তাৰিখ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই টি এ মাচখোৱাত “উত্তৰ পূৱ লোক মহোৎসৱ ২০২৩” আয়োজন কৰিবলৈ ওলাইছে ব্যাতিক্ৰম মাছডো।…