
সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান
আজিৰ খবৰ, বৰপেটা, ১৩ জুলাই :-
সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান

বৰপেটাৰ গান্ধীনগৰত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী আৰু দেশীয় সুৰা
উপ পৰিদৰ্শক বকুল ইংতিৰ নেতৃত্বত অভিযান চলাই বিপুল দাস নাম লোক এজনৰ ঘৰৰ চৌহদৰ পৰা জব্দ কৰে অবৈধ সুৰাখিনি
আৰক্ষীৰ সূত্ৰে জানিব মতে উক্ত সুৰাখিনি বৰপেটা গান্ধীনগৰৰ অবৈধ সুৰা ব্যৱসায় মৃদুল দাসৰ
সম্প্ৰতি পলাতক মৃদুল দাস ক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাই থকা হৈছে
সত্ৰ নগৰীক সুৰা মুক্ত কৰি ৰখাৰ ঘোষণা বৰপেটা আৰক্ষীৰ