Your Voice, Our Strength

ধুবুৰীৰ গৌৰীপুৰ সাহেবগঞ্জত নিশা আৰক্ষীৰ অভিযানত জব্দ আঠটাকৈ গৰু ।

আজিৰ খবৰ, ধুবুৰী, ১৭ জুলাই :

ধুবুৰীৰ গৌৰীপুৰ সাহেবগঞ্জত নিশা আৰক্ষীৰ অভিযানত জব্দ আঠটাকৈ গৰু ।

P&C

বহি ৰাজ্যৰ পৰা অনা হৈছে বুলি সন্দেহ কৰা হৈছে গৰু কেইটা । সৰবৰাহ কাৰীয়ে খোজকাঢ়ি লৈ যোৱা থকা অৱস্থাত বালাজান আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা ।

আৰক্ষীক দেখি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে গৰুৰ চোৰাং বেপাৰী ।

জব্দ কৰা গৰু সমূহ চৰকাৰী খোৱাৰত ৰখা হৈছে ।

You might also like