Your Voice, Our Strength

ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱা তিতাবৰৰ সাঁচি খেতিয়ম বিকাশ বৰাক মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা

অসমৰ এজন সাঁচি খেতিয়কৰ কৰ্মৰাজিক প্ৰশংসা কৰি শুভেচ্ছা জনাইছে  মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । তিতাবৰৰ এজন শিক্ষিত আদৰ্শ সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটা৷ এই সন্মানীয় বঁটা ঘোষণা কৰাৰ পাছতই…

কৰ্তব্যৰত সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ গৰিহণা ।

নিউজ ডেস্ক আজিৰ খবৰ ১৯ ডিচেম্বৰ, তিতাবৰ: গুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ গৰিহণা তীব্ৰ গৰিহণা দিয়ে। অনুষ্ঠানটোত সাংবাদিক আৰু…

তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ ২০২৪-২৫ বৰ্ষৰ বঁটা ঘোষণা।

নিউজ ডেস্ক আজিৰ খবৰ,১৪ ডিচেম্বৰ, তিতাবৰ :  তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ ২০২৪-২৫ বৰ্ষৰ   বঁটা ঘোষণা গ্ৰাম্য সাংবাদিক সন্থাই । সংবাদমেল যোগে এই কথা  সদৰী কৰিলে গ্ৰাম্য সাংবাদিক সন্থাৰ নেতৃত্বই। এইবাৰ সংবাদ শিৰোমণি প্ৰয়াত…

তিতাবৰৰ সাঁচি খেতিয়ক বিশিষ্ট অধিবক্তা বিকাশ বৰালৈ ‘ভাৰত গৌৰৱ বঁটা’

নিউজ ডেস্ক আজিৰ খবৰ,”তিতাবৰ,১৩ ডিচেম্বৰ: অসমৰ সাঁচি ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত তিতাবৰৰ বিশিষ্ট সাঁচি খেতিয়ক তথা অধিবক্তা বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা । কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে ঘোষণা কৰিছে এই বিশেষ সন্মানৰ কথা ।…

মনীষা শৰ্মাৰ হাতী আৰু ফান্দী লগতে ভেম নামৰ দুখন উপন্যাস উন্মোচন

নিউজ ডেস্ক  আজিৰ খবৰ,গুৱাহাটী: ১৩ ডিচেম্বৰ : জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল "টক্ আনফিল্টালেটডত "আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে "বনলতা" প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "হাতী আৰু ফান্দী" (সামাজিক…

উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰ সন্দৰ্ভত দাখিল কৰা তথ্যক আদৰণি জনাইছে ড০ দিব্যজ্যোতি শইকীয়াই

নিউজ ডেস্ক ২৪অক্টোবৰ, গুৱাহাটী : দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা২০২২বৰ্ষৰ ১৭১ টা এনকাউণ্টৰৰ ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণী জনায় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ…

শ শ কোটি টকা সংগ্ৰহ কৰা বিকাশ ফুকন আৰক্ষীৰ জালত

নিউজ ডেস্ক ডিব্ৰুগড়: বিনিয়োগকাৰীৰ ধনেৰে বিলাসী জীৱন কটোৱা বিশাল ফুকনক আটক । ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা  বিশাল ফুকন  পৰিল আৰক্ষীৰ জালত  । অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক। ষ্টক মাৰ্কেটত…

অসমৰ উদ্যোগী মহিলাসকলৰ বাবে সুবৰ্ণ সুযোগ । “তেজস্বিনীয়ে প্ৰদান কৰিব মুঠ ৫ লাখ টকাৰ…

নিউজ ডেস্ক আজিৰ খবৰ,গুৱাহাটী, ১৯ জুন, ২০২৪ – অসমৰ উচ্চাকাংক্ষী মহিলাসকল, বিশেষকৈ উদ্যোগী মহিলাসকলক এক পৰিৱৰ্তনশীল মঞ্চ প্ৰদান কৰাৰ বাবে প্ৰথমবাৰৰ বাবে এই বিশেষ ব্যৱসায়িক ধাৰণাভিত্তিক প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। মহিলাসকলে ছয়টা মুখ্য…