Your Voice, Our Strength

কৃষি মন্ত্ৰী অতুল বৰাৰ এনএমইঅ’ (NMEO) – অ’পি ষ্টল Sআৰু অইল পামত পতঞ্জলি ফুডছ…

আজিৰ খবৰ, গুৱাহাটী, ১৯নৱেম্বৰ ২০২২ : কৃষি, উদ্যানপালন, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী মাননীয় শ্ৰী অতুল বৰাই গুৱাহাটীৰ খানাপাৰাত অসম চৰকাৰৰ কৃষি বিভাগৰ এনএমইঅ'-অ'পি ষ্টলত অইল পামত পতঞ্জলি ফুডছ লিমিটেডৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পতঞ্জলি ফুডছ…

হাটথ্ৰবৰ ওপজা দিন: সংগীতৰ মায়াজালেৰে মুখৰিত যোৰহাট,জুবিন গাৰ্গক শুভেচ্ছাৰে উপচাই পেলালে অনুৰাগীয়ে

আজিৰ খৱৰ,১৮ নৱেম্বৰ,গুৱাহাটী ২০২২ : পঞ্চাশ বছৰীয়া হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হল জন্ম দিন । হাজাৰ হাজাৰ অনুৰাগীৰ শুভেচ্ছা। সংগীতৰ মায়াজালেৰে মুখৰিত যোৰহাটৰ মাজমজিয়া ।সদৌ অসম জুবিন গাৰ্গ ফেনচ…

লাচিত বৰফুকনৰ জন্ম জয়ন্তী : দিল্লীত বিত্তমন্ত্ৰী অজন্তা নেওগৰ ব্যাপক তৎপৰতা

আজিৰ খবৰ,গুৱাহাটী, ১৭ নৱেম্বৰঃ অসম চৰকাৰে অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰিছে। এই উপলক্ষ্যে গঠন কৰা খাদ্য সমিতিৰ অধ্যক্ষা তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ…

মহানগৰত ভূমিকম্পৰ মেগা মকড্ৰিলত দুৰ্যোগ প্ৰশমনৰ অনুশীলন

আজিৰ খবৰ, গুৱাহাটী, ১৭ নৱেম্বৰঃ অৰুণাচল, নাগালেণ্ডৰ লগতে অসমৰ বিভিন্ন জিলাত আজি অনুষ্ঠিত ভূমিকম্পৰ ‘মেগা মক ড্ৰিল’ ৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিভিন্ন স্থানত ভূমিকম্পৰ এক মেগা মকড্ৰিল অনুষ্ঠিত হয়। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ…

গুৱাহাটীত জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা উদ্ধোধন

আজিৰ খবৰ,গুৱাহাটী, ১৭ নবেম্বৰ : জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা নামৰ এক ক্ৰীড়া তথা সামাজিক সংগঠন আজি গুৱাহাটী প্ৰেছ ক্লাবত উদ্ধোধন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে শেহতীয়াকৈ অৰ্জুন বঁটাৰে বিভূষিত, বিগত…

মন পখিলাৰ উদ্যোগত উদ্যমীতা শীৰ্ষক কৰ্মশালা সম্পন্ন

অজিৰ খবৰ,গুৱাহাটী ,১৫ নৱেম্বৰ : : ৰাজ্যৰ উদ্যমী উদ্যোগী মহিলা সকলক স্বাৱলম্বীতাৰ জৰিয়তে অধিক কর্মীমুখী আৰু উপাৰ্জনমুখী কৰা উদ্দেশ্যেৰে ব্যক্তিগত অনুষ্ঠানেৰে আৰাম্ভ হোৱা "মন পখিলা"ৰ উদ্যোগত আজি গোৱাহাটীস্থ বিষ্ণুনিৰ্মলা ভৱনত…