Your Voice, Our Strength

কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিৰ যান্ত্ৰিকীকৰণ বিষয়ক দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ…

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মহিলা স্বেচ্ছাসেৱকৰ ভক্তৰ ভিৰ নিয়ন্ত্ৰণ

আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : ভাৰতৰ আন আন বহুভি ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে । লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ…

২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’

আজিৰ খবৰ, গুৱাহাটী, ৫ আগষ্ট, ২০২২ : ‘নিজি প্ৰডাকচন’ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’ অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব । ৰিংকু দাসে প্রযোজনা কৰা ছবিখনিৰ পৰিচালক কুঞ্জলতা গগৈ দাস। মুখ্য সহকাৰী পৰিচালক অৰিন্দম…

বৰ্হিৰাজ্যত পঞ্জীয়ণভূক্ত বাহনৰ গৰাকীলৈ কঠোৰ সকীয়নি পৰিবহণ বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ৫ আগষ্ট, ২০২২ : বৰ্হিৰাজ্যত পঞ্জীয়ণভুক্ত হৈ অসমত বিনাদ্বিধাই চলি থকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ, পৰিবহণ বিভাগ ৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে…

বৰঝাৰ বিমানবন্দৰত ৰক্ষা বন্ধন উদযাপন

আজিৰ খবৰ, গুৱাহাটী , ৫ আগষ্ট, ২০২২ : ইতিহাসে ঢুকি পোৱা সময়ৰে পৰা ভাৰতীয় জনজীৱনত ভাতৃ - ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ সাক্ষী হিচাপে ৰক্ষা বন্ধনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এগৰাকী ভাতৃক হাতত ৰাখী পিন্ধাই ভগ্নীয়ে ভগৱানৰ ওচৰত ভাতৃৰ মংগল…

নিউ গুৱাহাটী কোষাগাৰৰ গাণনিক অৰবিন্দ দাসক বিদায় সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ পদ অলঙ্কৃত কৰা তথা নিউ গুৱাহাটী কোষাগাৰৰ গাণনিক অৰবিন্দ দাসে যোৱা ৩১ জুলাইত অবসৰ গ্ৰহণ কৰে । কৰ্মজীৱনৰ শেষ দিনটোত নিউ গুৱাহাটী কোষাগাৰৰ সমূহ…

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান ; ১৪ টা গৃহ ধ্বংস

আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক কিছুদিন পূৰ্বে অনুষ্ঠিত…

অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ডঃ ৰণজিৎ ৰথৰ কাৰ্যভাৰ গ্ৰহণ

আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : দেশৰ ৰাজহুৱা তৈল কোম্পানী সমূহৰ অন্যতম আৰু নবৰত্ন সন্মানেৰে সন্মানিত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে ডঃ ৰণজিৎ ৰথে । উল্লেখযোগ্য যে আই আই আই টি…