নেডাৰলেণ্ডৰ বিৰুদ্ধে ড্ৰ খেল খেলিলে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে
আজিৰ খবৰ, ডাবলিন, ২৩ জুন: ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে দুটা গ'লত পিছ পৰি থকাৰ পিছত এক অত্যাশ্চৰ্য প্ৰত্যাৱৰ্তন কৰি নেডাৰলেণ্ডৰ বিৰুদ্ধে ইয়াত চলি থকা পাঁচখন দেশৰ অনুৰ্ধ-২৩ টুৰ্ণামেণ্টত ২-২ গ'লৰ অমীমাংসিত খেল খেলে। সোমবাৰে নিশা খেলা এই…