Your Voice, Our Strength

মথাউৰি স্থায়ী আৰু অস্থায়ী প্ৰতিৰোধৰ বাবে এতিয়াৰ পৰাই হ’ব জৰীপ , নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ…

আজিৰ খৱৰ গুৱাহাটী, ২৪ জুন: মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন মুৰব্বী বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে এখন বৈঠকত মিলিত…

২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰম বন্ধ

আজিৰ খৱৰ,২৪জুন, গুৱাহাটী : ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে।বান পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহৰ আগতীয়াকৈ গৰম বন্ধ ঘোষণা। ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ'ব গৰম বন্ধ।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে গৰম বন্ধ।…

উত্তৰ-পূবৰ ডিজাইনাৰ আৰু উদ্ভাৱকৰ বাবে মুকলি ৱাইজাৰ ইনোভেচন প্ৰাইজ

আজিৰ খবৰ, গুৱাহাটী, ২৩ জুন, ২০২২ : উত্তৰ-পূৰ্বাঞ্চলৰ ডিজাইনাৰ আৰু উদ্ভাৱকসকলৰ বাবে ২২ জুন, ২০২২ বুধবাৰে ৱাইজাৰ ইনোভেচন প্ৰাইজ (WISSER Innovation Prize) মুকলি কৰা হয়। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ গ্ৰাম্য শিল্পীসকলৰ বাবে জীৱিকা সৃষ্টিৰ বাবে ই এক…

বাৰ্মিংহাম কমনৱেলথ গেমছক লৈ ভাৰতীয় হকী দল ঘোষণা

আজিৰ খবৰ, নতুন দিল্লী, ২৩ জুন, ২০২২ : ভাৰতে বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবে ১৮ জনীয়া জ্যেষ্ঠ পুৰুষ হকী দল ঘোষণা কৰে। মনপ্ৰীত সিঙে খেলখনৰ বাবে অধিনায়ক হিচাপে উভতি আহিছে, আনহাতে ড্ৰেগ-ফ্লিকাৰ হৰমনপ্ৰীত সিঙক উপ-অধিনায়ক…

গ্ৰেণ্ড শ্লেম উইম্বলডন খেলিবলৈ নাগৰিকত্ব সলনি ৰাছিয়া তাৰকা নাটালা জালিমিডজৰ

আজিৰ খবৰ, লণ্ডন, ২৩ জুন, ২০২২ : ৰাছিয়াত জন্মগ্ৰহণ কৰা মহিলা টেনিছ খেলুৱৈ নাটালা জালিমিডজে বছৰটোৰ তৃতীয় গ্ৰেণ্ড শ্লেম উইম্বলডনত খেলিবলৈ নিজৰ নাগৰিকত্ব সলনি কৰিছে। তেওঁ এতিয়া জৰ্জিয়াৰ নাগৰিক হিচাপে ২৭ জুনৰ পৰা আৰম্ভ হ'বলগীয়া…