অসমৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ আৰ্থিক অনুদান
আজিৰ খবৰ, গুৱাহাটী, ১৮ জুন, ২০২২ : অসম আৰু উত্তৰ-পূব ভাৰতৰ এক আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁলোকে ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ ফলত যি বৃহৎ পৰিমাণৰ…