অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা
আজিৰ খবৰ, গুৱাহাটী, ১১ জুন, ২০২২ : এপাৰ্ট (APART)ৰ নেতৃত্ব আৰু আই আই এম আহমেদাবাদৰ প্ৰয়োগশালা চি আই আই ই. চি অ’ৰ সহযোগত অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে (এ এ জি এল) যোৱা ১০ জুন, ২০২২ তাৰিখে সফলতাৰে “পিটছিং আৰু ডেম’ ডে” সম্পন্ন কৰিছে। “ডেম’ ডে” বা…