পুৰবী ডেইৰী আৰু এনচিডিএফআইৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট ডেইৰী কোঅপাৰেটিভ কনক্লেভত অসমৰ মুখ্যমন্ত্ৰীৰ…
আজিৰ খবৰ, গুৱাহাটী, ১১ মে, ২০২২: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ মে'ত গুৱাহাটীত নৰ্থ ইষ্ট ডেইৰী কোঅপাৰেটিভ কনক্লেভত (উত্তৰ-পূব দুগ্ধ সমবায় সন্মিলন) ২০২২ত অংশগ্ৰহণ কৰা উত্তৰ-পূবৰ সকলো ৰাজ্যৰ দুগ্ধ সমবায় সংগঠনসমূহক সম্বোধন কৰে।…