আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বহু ভাষিক চুটি ছবি “ছৰি” ৰ অফিচিয়েল ষ্ট্ৰীমিং ৰ অধিকাৰ…
আজিৰ খবৰ,গুৱাহাটী, ২১ জানুৱাৰী, ২০২৩: আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বহু ভাষিক চুটি ছবি "ছৰি" বৰ্তমান অটিটি প্লেটফৰ্ম চিএনডি প্লে’ত উপলব্ধ হৈছে। ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়া অভিনীত, ন-লেখক জ্যোৎসা নেওগ আৰু মিৰ্জা আৰিফ হাজৰিকা পৰিচালিত…