Your Voice, Our Strength

নিউ গুৱাহাটী মনোৰমা মেনচনত শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ বিপনী

আজিৰ খবৰ,,৬ জানুৱাৰী: নৱবৰ্ষৰ আৰম্ভণিতে শুকুৰবাৰে গুৱাহাটীত মুকলি হ'ল শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ এখন বিপনী। শুৱালকুছিস্হিত পাট কাপোৰ প্ৰস্তুত কৰা উদ্যোগ স্বৰস্বতী চিল্ক উদ্যোগৰ দ্বিতীয় খন বিপনী শুকুৰবাৰে মুকলি হয় নিউ গুৱাহাটী…

ৰাণ ফৰ দ্য ৰাইনো’ : কাজিৰঙাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ

আজিৰ খবৰ ,গুৱাহাটী,৫ জানুৱাৰী২০২৩ : কাজিৰঙাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব আল্ট্ৰা ৰাণ । অহা ২৮ জানুৱাৰীত অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব আল্ট্ৰা ৰাণ। কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া ৫২ কিলোমিটাৰৰ দৈৰ্ঘৰ এই প্ৰতিযোগিতাতত সমগ্ৰ দেশৰ দৌৰবিদে…

কোনে কোনে লাভ কৰিছে ৰাজ্যচৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ….

আজিৰ খবৰ,,৫জানুৱাৰী,২০২৩; অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই বৰ্ষৰ “অসম বৈভৱ”, “অসম সৌৰভ” আৰু “অসম গৌৰৱ” বটাপ্ৰাপ্ত ৰ নাম৷৷ ▪️অসম বৈভৱ▪️ ১.ডা° তপন শইকীয়া (আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ…

মই এজন নিশাৰ উবেৰ চালক : উবেৰ চালকৰ তিতা মিঠা অভিজ্ঞতাৰে প্ৰকাশিত শীৰ্ষক গ্ৰন্থ উন্মোচন

আজিৰ খবৰ,গুৱাহাটী , ৫ জানুৱাৰী : বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ নিতুল ডেকা(জিতু)ৰ " মই এজন নিশাৰ উবেৰ চালক"ৰ বৃহস্পতিবাৰে শুভ উন্মোচন কৰা হয় । অসম বিধানসভাৰ গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত…

৩১ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

আজিৰ খবৰ,গুৱাহাটী: ২৮ ডিচেম্বৰ: ৩১ডিচেম্বৰলৈ মাজত মাথোঁ আৰু তিনিটা দিন বাকী ৷ এয়া পুৰণিক বিদায় আৰু নতুনক আদৰাৰ আনন্দ উপভোগৰ সময় ৷ কিন্তু এনে সময়তো কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে…

গুৱাহাটীত ‘এৰিডা’ই আয়োজন কৰিছে সম্পত্তি মেলা

আজিৰ খৱৰ,গুৱাহাটী,২৮ ডিচেম্বৰঃ আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই ২০২৩ বৰ্ষৰ ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পত্তি এক্সপ'ৰ (Property Expo)আয়োজন কৰিছে। গুৱাহাটীৰ…

উন্মোচন হ’ল পল্লৱী নেওগ বৰাৰ উপন্যাস “সপোনৰ ঠিকনা বিচাৰি কিশলয়”

আজিৰ খবৰ,গুৱাহাটী, ২৭ ডিচেম্বৰ মঙলবাৰে বিয়লি ৩ বজাত দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এজন অসমীয়া উদ্যমীৰ সংগ্ৰামৰ কাহিনীৰ আধাৰত লেখিকা তথা শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰাৰ দ্বাৰা ৰচিত উপন্যাস “সপোনৰ ঠিকনা…

চহলা-ছ’গুৰিত সৰিয়হৰ খেতি পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাৰ

আজিৰ খবৰ,বোকাখাত ২৭ ডিচেম্বৰ: অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে বোকাখাতৰ চহলা-ছ'গুৰিৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত ৫০০০ বিঘাৰো অধিক ভূমিত কৰা সৰিয়হৰ…

একলব্য গামক লোক গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

আজিৰ খবৰ,গুৱাহাটী,২৭ নৱেম্বৰ ৩০২২: সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত লোক-সংগীতৰ সাধক এগৰাকীক স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।এইবেলি…

এইবাৰ হত্যাকাণ্ডৰ তদন্ত কৰিব তপন দাসে

আজিৰ খবৰ,গুৱাহাটী, ২৪ ডিচেম্বৰ: অসমৰ জনপ্ৰিয় OTT Platform ৰীলড্ৰামাত মুক্তি পালে প্ৰথম অসমীয়া ডিটেক্টিভ-থ্ৰিলাৰ ৱেব ছিৰিজ 'ৰুদ্ৰনীল : উত্তৰপুৰুষ'। 'বৰনদী ভটিয়ায়' চিনেমাখনেৰে সুখ্যাতি অৰ্জন কৰা পৰিচালক অনুপম কৌশিক বৰাৰ লগতে জনপ্ৰিয়…