নাৰী সবলীকৰণৰ দিশত আৰু এখোজ
আজিৰ খবৰ, গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২২ : হস্ততাঁত শিল্প অতীজৰে পৰা চলি অহা এক পৰম্পৰাগত শিল্প l অসমত প্ৰধানত মহিলা সকল এই শিল্পৰ সৈতে জড়িত l এই হস্ততাঁত শিল্পৰ উন্নয়নৰ বাবে অসম চৰকাৰে "স্বনিৰ্ভৰ নাৰী" নামেৰে এখন ধবজাবাহী আঁচনি ৰূপায়নৰ…