১০ ডিচেম্বৰত ৰাজ্যজুৰি অগপই পালন কৰিব শ্বহীদ দিৱস
আজিৰ খবৰ, গুৱাহাটী ৯ ডিচেম্বৰঃ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেস্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত অসম গণ পৰিষদ দলে ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰিব। দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত…