Your Voice, Our Strength

দিন যোৰা কাৰ্যসূচীৰে বৰাকত উপস্থিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

আজিৰ খবৰ,গুৱাহাটী, ২৮ নৱেম্বৰ- দিন যোৰা বিভিন্ন কাৰ্যসূচী লৈ সোমবাৰে শিলচৰ চহৰত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । প্ৰথমে তাৰাপুৰৰ ঐতিহ্যবাহী বিদ্যালয় ৰামকুমাৰ নন্দী পাঠশালাখন পৰিদৰ্শন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুই এই…

এল জি অ’ এল ই ডিলৈ ২০২৩ চনৰ তিনিটা ‘বেষ্ট অৱ ইনোভেচন’ বঁটা

আজিৰ খবৰ,গুৱাহাটী, ২৮ নৱেম্বৰ, ২০২২ — এল জি ইলেক্ট্ৰনিকছে (এল জি) শেহতীয়া জীৱনশৈলী সমাধানৰ প্ৰযুক্তিগত আৰু ডিজাইনৰ উৎকৰ্ষতাৰ বাবে স্বীকৃতি লাভ কৰি বহুকেইটা- দুটা ডজনতকৈ অধিক চি ই এছ ২০২৩ উদ্ভাবনী বঁটাৰে সন্মানীত কৰা হয়। কম্পিউটাৰ…

শুকুৰ আলীৰ গাত শনি লাগিছে ! চৰকাৰী আঁচনিৰ নামত ধন লৈ এইবাৰ ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী

আজিৰ খবৰ,গুৱাহাটী,২৮ নৱেম্বৰ,২০২২: পুনৰ শনি লাগিছে শুকুৰ আলীৰ গাত । এইবাৰ ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী।পি এম এ ৱাই গৃহৰ ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দাদা তথা ফিল্ম ষ্টাৰ শুকুৰ আলী। চৰকাৰী আঁচনিৰ নামত টকা লৈ দৰিদ্ৰক প্ৰৱঞ্চনাৰ…

সাংবাদিকৰ পেঞ্চন ২০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী ‘জা’ ৰ

আজিৰ খবৰ,গুৱাহাটী, ২৮ নৱেম্বৰ : জানেলিষ্ট এচছিয়েছন অব আসাম (জা)ৰ এক গুৰুত্বপূৰ্ণ কাযনিবাহক সভা আজি সভাপতি তথা বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্ত্তীৰৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ 'জা' ৰ সাধাৰণ সম্পাদক ডালিম ফুকনে সভাৰ…

এতিয়াৰ পৰা অমিতাভ বচ্চনৰ ছবি,কণ্ঠস্বৰ,নাম সন্মতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব

আজিৰ খবৰ, গুৱাহাটী ২৬নৱেম্বৰ,২০২২;দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাম, ছবি আৰু কণ্ঠস্বৰৰ বেআইনী ব্যৱহাৰ প্ৰতিহত কৰিবলৈ এক অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰে। দিল্লী উচ্চ ন্যায়ালয়ে এক…

ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ কৰিব ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে

আজিৰ খবৰ ,গুৱাহাটী, ২৬ নৱেম্বৰ, ২০২২: ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, (এছএক্সআই) যি ফেডাৰেচন অৱ মটৰ স্পৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া (এফএমএছচিআই) এক সমৰ্থিত সংস্থা, প্ৰথমখন ছুপাৰক্ৰছ ৰেচিং লীগ আৰম্ভ কৰাৰ একচেটিয়া বাণিজ্যিক অধিকাৰৰ…

শতবর্ষ গৰকিলে তিতাবৰ অঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই :এটা মিউজিয়াম আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰ…

আজিৰ খবৰ, গুৱাহাটী ২৬ নৱেম্বৰ২০২২: ,অসমৰ কৃষিক্ষেত্ৰ খনত নতুন নতুন ধানৰ প্ৰজাতি উদ্ভাৱনেৰে পৰিৱৰ্তনৰ সূচনা কৰা তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে শতবৰ্ষত ভৰি দিছে। অসমৰ কৃষিক্ষেত্ৰ খনত প্ৰায় ১০০ প্ৰজাতি ধানৰ উদ্ভাৱনেৰে কৃষকলৈ ন ন সপোন…

হামাদ এম.এ.আৰ. বlৰলাস্কাৰলৈ ‘IRPRA 2022’ বঁটা

আজিৰ খবৰ,গুৱাহাটী, নৱেম্বৰ ২৪, ২০২২: টেঞ্জেণ্টৰ প্ৰতিষ্ঠাপক-মুখ্য কাৰ্যবাহী বিষয়া হামাদ এম.এ.আৰ. বlৰলাস্কাৰে স্থানীয় ব্ৰেণ্ড পি.আৰ. প্ৰচাৰ শ্ৰেণীৰ অধীনত #40under40 সন্মানীয় ভাৰতৰ আঞ্চলিক পি.আৰ. বঁটা ২০২২ (আই.আৰ.পি.আৰ.এ.) লাভ কৰে।…

UB Photo’s যে আয়োজন কৰিছে সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা : CPB Photo Awards – Edition III

আজিৰ খবৰ,২৩ নৱেম্বৰ ,গুৱাহাটী: চেন্নাই ফটো বিয়েনালে ফাউণ্ডেচন আয়োজন কৰা সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা, " CPB Photo Awards - Edition* III অনুষ্ঠিত কৰিবলৈ লৈছে ইউ বি ফটো'জে ।গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ।মেলত এই কথা সদৰি…