Your Voice, Our Strength

ৰাজতিলক থিয়েটাৰৰ শুভ নাট্যৰম্ভ

আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই, ২০২২ : কভিড -১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰ সম্পূৰ্ণ বন্ধ হৈ থকাৰ পাছত আন আন ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে পুনৰ নাট্যপ্ৰেমী ৰাইজৰ শুভাশীষ বিচাৰি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজতিলক থিয়েটাৰেও ২২-২৩ নাট্যবৰ্ষৰ…

মানৱসৃষ্ট কাৰণৰ বাবে মৃত্যু হোৱা কালমণি জানক পুনৰ জীৱন দান দি বোৱতী সুঁতিলৈ ৰূপান্তৰিত কৰিলে…

আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই, ২০২২ : ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত মানৱসৃষ্ট কাৰণৰ বাবে বহু বিল , জলাশয় , প্ৰাকৃতিক জান , জুৰি , নদ , নিজৰা আদি মৃত্যুৰ মুখলৈ গতি কৰিছে । আনকি কিছুমান প্ৰাকৃতিক জান , জুৰি ,…

জালুকবাৰী , গাড়ীগাঁও ঈদগাহ ময়দানত ঈদ – উজ – আজহাৰ সমূহীয়া নামাজ সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ - উজ - আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । আনহাতে গুৱাহাটীৰ আন আন…

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তি :: পশ্চিম গুৱাহাটীত অগপৰ মহিলা বিধান পৰিষদৰ সভাত বিধায়ক…

আজিৰ খবৰ, গুৱাহাটী , ১০ জুলাই : ১৯৭৯ চনত আৰম্ভ হোৱা ছয় বছৰীয়া বিদেশী নাগৰিকৰ বহিষ্কৰণ আন্দোলনৰ পৰা ১৯৮৫ চনত অগপ দল গঠন হোৱালৈকে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজ্যৰ মহিলা সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত এতিয়াও অগপ দলৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মধুশ্ৰী দাসক নিৰ্বাচন কৰা হয় । অলপতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত বিজ্ঞান বিভাগৰ সমূহ মুৰব্বী অধ্যাপক অধ্যাপিকাৰ…

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই ৰাইজে :: চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান

আজিৰ খবৰ, গুৱাহাটী , ১০ জুলাই, ২০২২ : পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা এটা সময়ত বাওঁ ধানৰ খেতিৰ বাবে বিখ্যাত পামহী অঞ্চলৰ খেতি পথাৰ সমূহত আবদ্ধ পানীৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজে আজি বহুদিন বাওঁ ধানৰ লগতে আন আন কৃষি কৰ্ম কৰিব…

আজাৰাত মেধাৱী ছাত্ৰী তৃষ্ণা ডেকাক স্বৰগম মহিলা গোষ্ঠীৰ সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী , ৮ জুলাই, ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আজাৰা অঞ্চলৰ ছাত্ৰী , যুৱতী , মহিলা সকলৰ উন্নয়ন , উত্তৰণৰ হকে কাম কৰি অহা "স্বৰগম মহিলা গোষ্ঠীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰথমখন নাৰী শিক্ষানুষ্ঠান চন্দ্ৰপ্ৰভা বৰা ছোৱালী…

জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী , ৮ জুলাই, ২০২২ : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ "ঈদ - উজ - আজহা" উপলক্ষে অহা ১০ জুলাইত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব ।…