অসমলৈ প্ৰধানমন্ত্ৰীৰ ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প
নিউজ ডেস্ক আজিৰ খবৰ,গুৱাহাটী, ০৯ মাৰ্চ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাবে ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি ৰাজ্যখনৰ উন্নয়নৰ দিশত নতুন বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ…