Your Voice, Our Strength

FC Goa sign goalkeeper Arshdeep Singh

AZIR KHOBOR, GUWAHATI, JULY 1, 2022: FC Goa have completed the signing of Arshdeep Singh, the club can confirm. The goalkeeper has put pen-to-paper on a two-year contract with the Gaurs, which will see him remain a part of the club till the…

মাছ পালনেৰে স্বাৱলম্বী হ’ব পাৰে আপুনি: কিন্তু কেনেকৈ চিনাক্ত কৰিব মাছ

আজিৰ খবৰ,১জুলাই গুৱাহাটী : বাৰিষাৰ বতৰ । এই সময়ছোৱাত মাছৰ প্ৰজননৰ সময় । মাছ পালনৰ সময় । নিজৰ লগতে অন্য দহ জনক আত্মনিৰ্ভৰশীল হোৱাৰ এটা পৰিবেশ আপুনিও গঢ়ি তুলিব পাৰে মাছ পালন কৰি । নিজৰ পুখুৰীত  বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰাৰ লগতে অন্য মাছ…

বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা সাহায্য

আজিৰ খবৰ , গুৱাহাটী, ১ জুলাই, ২০২২ : বিগত কেইবাদিন ধৰি ৰাজ্যত হোৱা প্ৰবল বানে বহু মানুহৰ ঘৰ বাৰী নিঃশেষ কৰাৰ লগতে মানুহ আৰু পশুধনৰ ব্যাপক ক্ষতি কৰাত ৰাজ্য চৰকাৰে লৈছে বিশেষ তৎপৰতা । বিশেষকৈ বানত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বাবে…

কাইলৈ নুগা বেষ্ট, জু-ৰোড শাখাৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বিশেষ আয়োজন

আজিৰ খবৰ, গুৱাহাটী, ১ জুলাই , ২০২২ : দক্ষিণ কোৰিয়াৰ উৎকৃষ্ট মানদণ্ডৰ বিজ্ঞানভিত্তিক, বিকল্প প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ এক বিনামূলীয়া চিকিৎসা প্ৰতিষ্ঠান নুগা বেষ্ট। বিগত ২০ বছৰে ১২০ খন দেশত উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই অহা নুগা বেষ্টে,…

নগাঁৱৰ লাওখোৱাত সমূহীয়া বীজতলীত বীজ সিঁচি কৃষকৰ সৈতে ট্ৰেক্টৰেৰে মাটি চহ কৰিলে কৃষিমন্ত্ৰীয়ে

আজিৰ খবৰ, নগাঁও, ৩০ জুন, ২০২২ : নগাঁৱৰ লাওখোৱা চৰকাৰী বীজপামত আজি জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাৰ সহযোগত আয়োজিত সমূহীয়া বীজ সিঁচা পৰ্বত কৃষিমন্ত্ৰী অতুল বৰাই অংশ লৈ কৃষকসকলেৰে একেলগে ট্ৰেক্টৰেৰে মাটি চহ কৰে আৰু…