Your Voice, Our Strength

গোপাল জালানৰ “ইতিবাচক” গ্ৰন্থ উন্মোচন

আজিৰ খবৰ, গুৱাহাটী, ৩০ জুন, ২০২২ : আজি অগ্ৰদূত ভৱনৰ সভাকক্ষত বিশাল প্ৰকাশনৰ পৰা প্ৰকাশিত গোপাল জালানৰ দশম খন গ্ৰন্থ "ইতিবাচক"উন্মোচন কৰে বিশিষ্ট সাহিত্যিক,সাংবাদিক কনকসেন ডেকাই।গ্ৰন্থ উন্মোচন কৰি শ্ৰীডেকাই কয় যে গোপাল জালানে অসমীয়া ভাষা…

নগদ ধন সংগ্ৰহ প্ৰণালী ডিজিটাইজ কৰিবলৈ এক্সিছ বেংকৰ সৈতে অংশীদাৰ ত্বৰান্বিত এয়াৰটেল পেমেণ্ট বেংকৰ

আজিৰ খবৰ, গুৱাহাটী, ৩০ জুন, ২০২২: ভাৰতৰ মফচলীয়া চহৰ আৰু মজলীয়া চহৰ অঞ্চলৰ নগদ ধন সংগ্ৰহ প্ৰণালীটো ডিজিটাইজ কৰিবলৈ এয়াৰটেল পেমেণ্টছ বেংকে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকৰ সৈতে অংশীদাৰীত্ব কৰিছে। এয়াৰটেল…

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান অভিষেক মহন্তৰ

আজিৰ খবৰ,৩০ জুন গুৱাহাটী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট আৰু বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদকে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ…

উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে : বুলেটৰ পৰিৱৰ্তে মামাই…

🌀এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে।ইয়াৰ পৰিৱৰ্তে স্কুটী দিয়াৰ সিদ্ধান্ত। 🌀বুলেটৰ পৰিৱৰ্তে মামাই ভাগিনসকলক দিব স্কুটি।এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা ছাত্ৰক দিয়া হ’ব…

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী ডাঃ উপাসনা কলিতাক নিজ গৃহত সম্বৰ্ধনা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুন, ২০২২ : গুৱাহাটীৰ লখৰাৰ সমীপৰ সোণাইঘুলি নিবাসী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এইবেলি এম ডি ( পেথ'লজী ) পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বাবে মেধাৱী ছাত্ৰী ডাঃ উপাসনা…