Your Voice, Our Strength

অসমৰ পৰা উভতনি যাত্ৰাৰ বাবে সাজু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল

আজিৰ খবৰ,২৯ জুন গুৱাহাটী : অৱশেষত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো অসম এৰি যাবলৈ সাজু হৈছে৷ কেইবাদিন ধৰি গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো অসম এৰি যাবলৈ প্ৰস্তুতি চলাইছে । জানিব পৰা মতে…

ডালমিয়া চিমেণ্ট ভাৰতৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১.১ কোটি টকাৰ অৱদান : অঞ্চলটোৰ আগশাৰীৰ চিমেণ্ট…

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুন, ২০২২ : নেৰানেপেৰা বৰষুণ আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অসমৰ লোকসকলক সহায় কৰাৰ দিশত চলি থকা প্ৰতিশ্ৰুতিত ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে (ডিচিবিএল) মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙনি আগবঢ়াইছে।…

বৈপ্লৱিক পৰিসৰত মাইগ্লেমৰ POPXO SUNCARE মুকলি মাইগ্লেমৰ POPXO SUNCARE মুকলি

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুন ২০২২ : সূৰ্যৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ 6 বিধ সামগ্ৰী মুকলি কৰিছে । ই ইউভিএ আৰু ইউভিবি ৰশ্মিৰ পৰা ছাল সুৰক্ষিত কৰি ৰাখে । মুখৰ বাবে চানস্কীনৰ লগতে শৰীৰ আৰু চুলিৰ বাবে আন সামগ্ৰী আছে । POPxoSuncare ৰ সামগ্ৰীবোৰ…

চি ডিৰ পাইৰেছী নহয় এইবাৰ কিতাপৰ পাইৰেছীত দুষ্ট চক্ৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : যি সময়ত ৰাজ্যত ছপা গ্ৰন্থৰ বিক্ৰী হ্ৰাস পাইছে তেনে সময়তে কিতাপৰ পাইৰেছীত নামিছে এক বৃহৎ চক্ৰ। ছপা গ্ৰন্থ পি ডি এফ আকাৰত উলিয়াই এই চক্ৰটোৱে লুটিছে লাখ লাখ টকা। এনে এটা ঘটনাৰ পম খেদি এজন পাইৰেছী কৰা…

মহানগৰীৰ আইচিআইচিআই একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : ৰাজ্যৰ পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ আইচিআইচিআই একাডেমি ফৰ স্কিলচৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত পথ-সুৰক্ষা বিষয়ত লবলগীয়া সাৱধানতা সন্দৰ্ভত সোমবাৰে এক গুৰুত্বপূৰ্ণ পাঠদান আগবঢ়াই। উল্লেখ্য যে সাম্প্ৰতিক সময়ত…

বন্যাৰ্ত সকললৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : সম্প্রতি বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন বেচৰকাৰী দল-সংগঠনে তৎপৰতা অৱলম্বন কৰি থকাৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে…