Your Voice, Our Strength

বাণিজ্যত ষষ্ঠ স্থানপ্রাপ্ত দীপক লোধাৰ মন চার্টার্ড একাউনটেণ্ট হোৱাৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত কে চি দাস বাণিজ্য মহাবিদ্যালয়ত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় । বিশেষকৈ বাণিজ্য শাখাৰ ফলাফলত ৰাজ্যখনৰ…

গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰীৰ সন্ত্ৰাস

আজিৰ খৱৰ ,২৭ জুন, গুৱাহাটী: হঠাৎ গুৱাহাটীৰ ৰাজপথত এগৰাকী যুৱতীৰ পৰা চেইন আজুৰিলে এজন ড্ৰাগছ গ্ৰহণকাৰীয়ে। এইয়া হল সংস্কাৰ নামৰ এক বাটৰ নাটৰ দৃশ্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতিগুৱাহাটী, আৰু মিছন পীচৰ সহযোগত…

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত…

আজিৰ খবৰ, গুৱাহাটী , ২৭ জুন, ২০২২ : কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত…

গুৱাহাটী পৌৰ নিগমে বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা পেলাই অহাৰ প্ৰতিবাদত…

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁওৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে দাঁতি কাষৰীয়া ১৬…

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ বিশিষ্ট ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ঃ ৰাজ্যৰ অস্বাভাৱিক বান পৰিস্থিতিত ঘৰ-বাৰী, খেতিপথাৰ হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ সাহাৰ্যৰ বাবে বিশিষ্ট সমাজকৰ্মী তথা মহানুভৱ ব্যক্তি মইনুল আলিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত মুখ্যমন্ত্ৰীৰ…

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস…

আজিৰ খবৰ, গুৱাহাটী, ২৬ জুন, ২০২২ : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে…

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং “সূর্য্য উঠা দেশত সূর্য্য ভৰষা”

আজিৰ খবৰ, গুৱাহাটী, ২৬ জুন, ২০২২ :গৃহ নিৰ্মাণ সামগ্রীৰ ক্ষেত্রত উত্তৰ পূর্বাঞ্চলৰ ভিতৰতে অগ্রণী আৰু বিশেষ ভাবে সফল সূর্য্য চিমেন্টে আজি মুকলি কৰে তেওঁলোকৰ নতুন কৰ্পোৰেট চং"সূর্য্য উঠা দেশত সূর্য্য ভৰষা "।এই নৱ সংযোজিত কৰ্পোৰেট চং মুকলি…