Your Voice, Our Strength

Toronto International Women Film Festival ত অসম কন্যা নয়নমণি মূৰাৰ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰী সন্মান লাভ।

আজিৰ খবৰ, গুৱাহাটী, ২৭ এপ্ৰিল : নগাঁৱৰ কাষৰীয়া ধনতুলা চাহ বাগিচাৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নয়নমণি মূৰাই,টৰণ্ট আন্তঃৰাষ্ট্ৰীয় মহিলা বোলছবি সমাৰোহত ,আকাংক্ষা ভাগৱতী নিৰ্মিত ছুটি ছবি "কুমু"ত কৰা অভিনয়ৰ বাবে,শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বঁটা লাভ…

গুৱাহাটী বিশ্ববিদ্যালয়ত NSSৰ অনুশীলন কাৰ্যসূচী সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী, ২৪ এপ্রিল : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি চেমিনাৰ সভাগৃহত ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSS গুৱাহাটী বিশ্ববিদ্যালয় কোষে আয়োজিত কৰে নতুন সদস্যক উদ্দেশ্যি অনুশীলন কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰকল্যান সঞ্চালক ড০…

২৬ এপ্ৰিলত বেলৰতলত পথ অৱৰোধ : দুৰ্গন্ধৰ সৈতে ৰাইজৰ সহাৱস্থান

আজিৰ খবৰ, গুৱাহাটী , ২৪ এপ্রিল : দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটনৰ আকর্ষণৰ থলীলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা পৰিবেশ কর্মী প্ৰমোদ কলিতা আৰু পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ তেৰণৰ নেতৃত্বত ২৩ এপ্ৰিলত এটা ছজনীয়া সজাতি দলে পশ্চিম…

আলফালৈ যুৱ প্ৰজন্ম, মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ চৰকাৰক কঠোৰ সমালোচনা

আজিৰ খবৰ, গুৱাহাটী, ২৪ এপ্ৰিল : ৰাজ্যৰ যুৱক-যুৱতীসকলক নিষিদ্ধ সংগঠনটোত যোগদান নকৰিবলৈ আহ্বান জনোৱা লগতে আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই আশংকা প্ৰকাশ কৰিছে যে সন্ধানহীন যুৱকসকলৰ বহুতে আলফা (আই)ৰ সদস্য হৈ পৰিছে। তেওঁ কয়…

আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ,ধুমুহা-বতাহৰ সম্ভাৱনা

▶️আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ,ধুমুহা-বতাহৰ সম্ভাৱনা ▶️বতৰ বিজ্ঞান বিভাগৰ বতৰৰ আগজাননী। ▶ আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। ▶ বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ লগতে প্ৰবল ধুমুহা-বতাহৰো আশংকা ব্যক্ত কৰিছে…

গ্ৰো ৰ ফ্লেগশ্বিপ অনুষ্ঠান ‘অব ইণ্ডিয়া কেৰেগা ইনভেষ্ট’ ত গুৱাহাটীত শক্তিশালী অংশগ্ৰহণৰ…

আজিৰ খবৰ, গুৱাহাটী, ২২ এপ্ৰিল, ২০২২: ভাৰতৰ দ্ৰুততম বিকাশশীল বিনিয়োগ মঞ্চ গ্ৰো ৱে আজি ইয়াৰ অনুষ্ঠান সমাপ্ত কৰিছে, অব ইণ্ডিয়া কেৰেগা ইনভেষ্ট' গুৱাহাটীত বিনিয়োগ কৰক, যি চহৰখনৰ খুচুৰা বিনিয়োগকাৰীসকলৰ মাজত শক্তিশালী অংশগ্ৰহণ প্ৰত্যক্ষ…