এইবাৰ নিজৰ সমষ্টিতে জ্বলিল অখিল গগৈৰ প্ৰতিকৃতি
আজিৰ খবৰ, শিৱসাগৰ, ১১আগষ্ট : নিজ সমষ্টিবাসীয়েই এতিয়া বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ । প্ৰতিবাদমুখৰ হৈ পৰিছে শিৱসাগৰ জিলা ৷
শিৱসাগৰত প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক অখিল গগৈ ৷ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ জিলা…