Your Voice, Our Strength
Browsing Tag

India Ahead

এইবাৰ মেট্ৰিকত কেনেকৈ পাব নম্বৰ ?

আজিৰ খবৰ,১জুলাই : নৱম শ্ৰেণীৰ পৰা ৪০ শতাংশ । এছাইনমেণ্টৰ পৰা ২০ শতাংশ আৰু ৪০ শতাংশ দশম শ্ৰেণীৰ নম্বৰৰ পৰা নিৰূপণ হ'ব ফলাফল । আজি এনেদৰে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে বুলি শিক্ষামন্ত্ৰী…

কিমান মিছা আছিল শাসকীয় পক্ষৰ অভিযোগ

আজিৰ খবৰ,১জুলাই : শাসকীয় পক্ষৰ অভিযোগ কিমান মিছা।।ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অতি দূৰ্ভাগ্যজনক যে শাসকীয় পক্ষই বিৰোধীৰ প্ৰতিবাদ ৰোধ কৰিবলৈ কেনেদৰে অগণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰে তাৰ প্ৰমাণ আজি অখিল গগৈৰ ন্যায়িক মুক্তিৰ ৰায়দানে…

দোষমুক্ত হ’ল কাৰাবন্দী অখিল গগৈ

আজিৰ খবৰ,১জুলাই: অৱশেষত আহিল ভাল খবৰটো । মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ । সকলো গোচৰৰ পৰা মুক্ত কৰা হৈছে অখিল গগৈক। চানমাৰি থানাৰ গোচৰৰ চাৰিওজন অভিযুক্তকে দোষমুক্ত। বৃহস্পতিবাৰে অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতে৷ আজি…