Your Voice, Our Strength
Browsing Tag

Ramesh Pokhriyal

মৈৰাবাৰী আৰক্ষীৰ জালত, নগাঁও আৰক্ষীৰ মোষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ।

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ ধিঙৰ পৰা এই দুধৰ্ষ ড্ৰাগছ মাফিয়া টোৱে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰিছিল ড্ৰাগছ, ব্ৰাউন ছুগাৰ। নজৰৰ সহযোগী বাহাৰুলক গ্ৰেপ্তাৰৰ পোন্ধৰ দিনৰ পাছত আটক নজৰ ফকিৰ। এতিয়াও পলাতক নুইম্মা আলী। …

আপোনাৰ বাবে ২০ টা লাখটকীয়া স্বাস্থ্য টিপছ

১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব। ২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব। ৩)…

পৌৰ নিগমৰ নিৰ্বাচনলৈ টঙালি বান্ধিলে কংগ্ৰেছে

আজিৰ খবৰ ,২ জুলাই= আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত গত বিধান সভা নিৰ্বাচনৰ অন্তত কংগ্ৰেছ কৰ্মী সকলৰ মাজত উৎসাহ আৰু উদ্দীপনা বৃদ্ধি তথা সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ গুৱাহাটী মহানগৰী জিলা কংগ্ৰেছৰ এখন উদ্দীপনা…

মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীক লৈ আশ্বস্ত নহয় AJYCP

আজিৰ খবৰ,২জুলাই : HLSC- HSৰ মূল্যায়ংকন পদ্ধতিক লৈ AJYCP কোনো কাৰণতে আশ্বস্ত নহয় । চৰকাৰে যিখন চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰী চাকৰি বা অন্য সকলোতে গ্রহণযোগ্য হব লাগিব । মাৰ্কশ্বীট চাকৰিৰ বাবে গ্ৰহণযোগ্য নোহোৱাত ক্ষোভ উজাৰিছে অসম…

বিলাসী বাহনৰ গৰাকীয়ে পৰিবহন বিভাগক বকেয়া আদায় নিদিলে ৰুজু হ’ব গোচৰ

আজিৰ খবৰ,২ জুলাই : বিশ্বৰ আন দেশৰ লগতে ভাৰততো ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা ক'ভিড মহামাৰীয়ে ভয়াৱহ পৰিবেশৰ সৃষ্টি কৰিছে । বৰ্তমানেও তাৰ ভয়াবহতা অব্যাহত আছে । কিন্তু ক'ভিডৰ গইনা লৈ বহু যান বাহনৰ গৰাকী তাকো বিলাসী বাহনৰ বিত্তবান গৰাকীয়ে বছৰ বছৰ…

ঋতুমণিৰ নতুন জীৱন

আজিৰ খবৰ, গুৱাহাটী, ২ জুলাই:সুস্থ হৈ উঠিছে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শৰ্য্যগত হৈ থকা শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰ সন্দিকৈ গাঁৱৰ ঋতুমণি হাজৰিকা নামৰ যুৱতী গৰাকী।ঋতুমণিক যোৱা ২০ জুনত ব্ৰহ্মপুত্ৰ নাৰ্ছিহোমত ভৰ্তি কৰোৱা হৈছিল।…

টোপনি মৰাৰ আগত এইকেইটা কথা মনত ৰাখিব

আজিৰ খবৰ,১জুলাই : আপুনি কিয় টোপনি মাৰে ? আজিলৈকে বৈজ্ঞানিক সকলে এই কথাটো উদ্ভাৱন কৰিব পৰা নাই যে- মানুহে কিয় টোপনি মাৰে। • মানুহে নিজৰ জীৱনৰ তিনিভাগৰ এভাগ সময়, অৰ্থাৎ গড় হিচাবে ২৫ বছৰ টোপনি মাৰিয়েই কটাই দিয়ে। • টোপনিত থকা অৱস্থাত যদি…

বিশ্বনাথ জিলা আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান।

আজিৰ খবৰ, ১ জুলাই : বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে।উল্লেখ্য যে বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আছে।কিন্তু তাৰ মাজতে কালি বিশ্বনাথ জিলাৰ…

Jio 5G: ভাৰতত ৫–জি নেটৱৰ্ক পৰীক্ষণ

আজিৰ খবৰ, ১ জুলাই : ভাৰতত ৫–জি নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে জিঅ' প্লেটফৰ্ম (Jio Platforms )। এই প্ৰসংগত জিঅ' প্লেটফৰ্মে ৫–জি নেটৱৰ্ক (5G network ) পৰীক্ষণৰ বাবে ইউ কে বেছ কোম্পানী স্পাইৰেণ্ট (Spirent Communications)ৰ…